• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতো নিৰ্ধাৰিত তাৰিখত প্ৰকাশ নাপালে স্নাতক শিক্ষক পদৰ ফলাফল  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2025 3:42 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

অসমৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ বিদ্যালয় শিক্ষক নিযুক্তিৰ বাবে ‘টিচাৰ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুটমেণ্ট টেষ্ট ২০২৪ চমুকৈ টেটৰ ফলাফল ঘোষণাত পলম হোৱাৰ বাবে বিমোৰত পৰিছে প্ৰাৰ্থী সকল। ৩০ মে’ত পিজিটিৰ ফলাফল ঘোষণা কৰিলে কিন্তু জিটিৰ ফলাফল অজি পৰ্যন্ত ঘোষণা কৰা হোৱা নাই।

প্ৰসংগক্ৰমে ১৮ মে’ত এই সন্দৰ্ভত এক প্ৰতিবেদন নৰ্থ ইষ্ট নাওত প্ৰাকশ কৰা হৈছিল। এই প্ৰতিবেদন প্ৰকশ পোৱাৰ পিছতে ১৮ মে’ নিশাৰভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ্মাই ফেচবুক লাইভ জৰিয়তে অন্যান্য বহুকেইটা ঘোষণাৰ লগতে টেট পিজিটি আৰু জিটিৰ প্ৰভিজনেল লিষ্ট জুনৰ ৫ তাৰিখে প্ৰকাশ কৰা হ’ব বুলি ঘোষণা কৰিছিল। উল্লেখ্য যে ৩০ মে’ত পিজিটিৰ ফলাফল ঘোষণা কৰে যদিও স্নাতক শিক্ষক (GT) পদৰ ফলাফল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা নিৰ্দিষ্ট সময়তকৈ ৬টা দিন পাৰ হৈ যোৱাৰ পিছতো ঘোষণা হোৱা নাই প্ৰভিজনেল লিষ্ট। এই লৈ প্ৰাৰ্থীসকল আশংকাত ভুগিছে। শীঘ্ৰে জিটিৰ ফলাফল ঘোষণা কৰিবলৈ আহ্বান জনাইছে প্ৰাৰ্থী সকলে।

উল্লেখ্য যে TET নিযুক্তি পৰীক্ষাত, স্নাতক শিক্ষক (GT) পদৰ বাবে মুঠ ৩৫,৭৫৭ জন আৰু স্নাতকোত্তৰ শিক্ষক (PGT) পদৰ বাবে মুঠ ২৭,৮২৪ জন প্ৰাৰ্থীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰে। GT পদৰ বাবে মুঠ ৩৯,২২৪ আবেদন পোৱা হৈছিল, যাৰ ভিতৰত ৩৫,৭৫৭ জন প্ৰাৰ্থীয়ে পৰীক্ষা দিয়ে। আনহাতে, PGT পদৰ বাবে ৩০,৩৫৮ আবেদনকাৰীৰ ভিতৰত ২৭,৮২৪ জনে পৰীক্ষাত বহিছিল।

Tags: AssamEducationNewsAssamTET2024GTTeacherResultnews updateTeacherRecruitmentDelay

Recent News

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

হিন্দু মহিলাক ধৰ্মান্তৰিত কৰিবৰ বাবে ছাংগুৰ বাবাই লাভ কৰিছিল ৩০০ কোটিৰো অধিক বিদেশী অনুদান, অভিযোগ তদন্তকাৰী সংস্থাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd