DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১০ জুলাইত ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকৰ ফলাফল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2019 9:15 pm
Guwahati University

প্ৰতিনিধিত্বমূলক ছবি

7k
VIEWS
Share on FacebookShare on Twitter

অহা ১০ জুলাইত অৰ্থাৎ বুধবাৰে পুৱা ১০ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ২০১৯ বৰ্ষৰ স্নাতক কলা, স্নাতক বিজ্ঞান আৰু স্নাতক বানিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

‘ফলাফলসমূহ পুৱা ১০ বজাৰ পৰা গুৱাহাটী বিশ্ববিদ্যায়ৰ ৱেবছাইত (www.gauhati.ac.in) উপলব্ধ হ’ব। একেটা দিনতে বিশ্ববিদ্যালয়ৰ অতিৰিক্ত পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্য্যালয়ে গ্ৰে’ড শ্বীটসমূহ ইছ্যু কৰিব।‘-অতিৰিক্ত পৰীক্ষা নিয়ন্ত্ৰক দেৱহৰী তালুকদাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে যোৱা মে’ আৰু জুন মাহত উক্ত পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল।

পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইত www.gauhati.ac.in/resultsত গৈ পৰীক্ষাৰ ফলাফল চাব পাৰিব।

কিদৰে ফলাফল চাব পাৰিব-

১. আপোনাৰ ৰোল ক’ড আৰু ৰোল নম্বৰ লগত ৰাখিব।

২. বিশ্ববিদ্যালয়ৰ ৱেবছাইট খুলি ল’ব।

৩. হোম পে’জত থকা Result of TDC BA, BSC and BCom examinations, 2019 results লিংকটোত ক্লিক কৰিব।

৪. কলা, বিজ্ঞান আৰু বানিজ্যৰ বাবে পৃথক পৃথক লিংক থাকিব। তাত আপুনি নিজৰ ৰোল ক’ড আৰু ৰোল নম্বৰ দুটা ভৰাই Check Resultsত ক্লিক কৰিব।

৫. ফলাফলৰ পে’জটো ডাউনলোড কৰি তাৰ এটা প্ৰিণ্ট উলিয়াই ল’ব।

Recent News

CBI raids Manish Sisodia

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd