• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতৰ মাধমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা: বিজ্ঞানত অবিনাশ কলিতা, কলাত পূবালী ডেকা, শ্ৰদ্ধা বৰগোহাঁই আৰু বাণিজ্যত কৃষ্ণা মাহেশ্বৰীৰ শীৰ্ষ স্থান

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 25, 2020 8:59 am
466923-assam-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে।

পৰীক্ষাৰ ফলাফল অনুসৰি, কলা শাখাৰ শীৰ্ষত দুজনে স্থান লাভ কৰিছে।

Apply Now

দৰঙৰ পাথৰি ঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পূবালী ডেকা আৰু নগাঁৱৰ ৰামনুজন জুনিয়ৰ কলেজৰ শ্ৰদ্ধা বৰগোহাঁইয়ে যুটীয়াভাৱে প্ৰথম স্থান লাভ কৰিছে।

তেওঁলোক দুজনেই মুঠ ৪৮১ নম্বৰ লাভ কৰি শীৰ্ষ স্থান লাভ কৰিছে।

বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিছে বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমিৰ অবিনাশ কলিতাই ৷ তেওঁ মুঠ নম্বৰ ৪৮৬ লাভ কৰি শীৰ্ষ স্থান দখল কৰিছে।

সেইদৰে, বানিজ্য শাখাত শীৰ্ষ স্থান দখল কৰিছে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমিৰ কৃষ্ণা মাহেশ্বৰীয়ে।

তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৪৮১ ৷

এইবাৰ কলা শাখাত অৱতীৰ্ন হৈছিল মুঠ ১ লাখ ৬৮ হাজাৰ ৩৬৭ গৰাকী পৰীক্ষাৰ্থী৷

ইয়াৰে প্ৰথম বিভাগত ১৯,৮৫০গৰাকী, দ্বিতীয় বিভাগত ৪৪,১৯১গৰাকী আৰু তৃতীয় বিভাগত ৬৭,৭৫৩ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷

কলা শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৭৮.২৮ শতাংশ ৷

বানিজ্য শাখাত এইবাৰ অৱতীৰ্ণ হৈছিল মুঠ ১৭৭১৩ গৰাকী পৰীক্ষাৰ্থী ৷

ইয়াৰে প্ৰথম বিভাগত ৩,৮৭০গৰাকী, দ্বিতীয় বিভাগত ৫,৪১৫গৰাকী আৰু তৃতীয় বিভাগত ৬৩৩৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷

বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮৮.১৮ শতাংশ।

সেইদৰে বিজ্ঞান শাখাত এইবাৰ অৱতীৰ্ণ হৈছিল মুঠ ৩৯৫৭৪ গৰাকী ৷

ইয়াৰে  প্ৰথম বিভাগত ১৬,৯২৮গৰাকী, দ্বিকীয় বিভাগত ১৪,৭৪৭গৰাকী আৰু তৃতীয় বিভাগত ৩,১৭২ গৰাকী উত্তীৰ্ণ হৈছে ৷

বিজ্ঞান শাখাত উত্তীৰ্ন হাৰ ৮৮.০৬ শতাংশ ৷

আনহাতে, পৰীক্ষাৰ্থীসকলে নিজৰ ফলাফল চাব পৰাকৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১৪টা ৱোবছাইট মুকলি কৰিছে।

সংসদে মুকলি কৰা ৱেবছাইটকেইটা হৈছে-

www.ahsec.nic.in

www.asssamresult.in

www.schools9.com

www.results.shiksha

www.newsnation.in

www.newsstate.com

www.indiaResults.com

www.iResults.net

www.EduAssam.com

www.vidyavision.com

www.exametc.com

www.ExamResults.net/assam/

www.jagranjosh.com

www.assamresult.co.in

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd