• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফল ঘোষণা; upolobdha নামৰ এপৰ উপৰি চাব পাৰিব কেইবাটাও ৱেবছাইটত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 24, 2019 5:27 pm

1 min read

AHSEC

প্ৰতিনিধিত্বমূলক চিত্ৰ

3.7k
VIEWS
Share on FacebookShare on Twitter

কাইলৈ, অৰ্থাৎ ২৫ মে’ত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। পৰীক্ষাটোৰ আয়োজক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুৱা ৯ বজাতেই ফলাফল উপলব্ধ হ’ব বুলি জানিবলৈ দিছে।

শিক্ষা সংসদে জনোৱা মতে, পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ সুবিধাৰ বাবে ‘উপলব্ধ’ নামেৰে এটা এপ মুকলি কৰা হৈছে, যিটোত সহজে ফলাফল ল’ব পাৰিব।

এপটোৰ উপৰি সংসদৰ মূল ৱেবছাইট http://ahsec.nic.inলৈ গৈও ফলাফল চাব পাৰিব। তলত উল্লেখ কৰা ৱেবছাইটকেইটাৰ জৰিয়তে পৰীক্ষাৰ্থীয়ে ফলাফল নম্বৰ তালিকাসহ লাভ কৰিব পাৰিব।

  • www.hsinfo.in
  • wwwahsec.nic.in
  • www.indiaresults.com
  • www.knowyourresult.com
  • www.examresult.net
  • www.resultd.shiksha
  • www.exametc.com
  • www.schools9.com
  • www.jagranjosh.com
  • www.resultsamarujala.com
  • www.assamresult.in
  • www.iresults.net
  • www.eduassam.com

 

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰ তিনিটা শাখাত মুঠ ২,৪২,৮৪৩গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰে ১,৮৬,১৮৭ গৰাকী কলা শাখাৰ; ৩৭,৮৫৫ গৰাকী বিজ্ঞান শাখাৰ আৰু ১৮,২৯১ গৰাকী বাণিজ্য শাখাৰ।

যোৱাবছৰ শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে এইবাৰৰ ফলাফলত শীৰ্ষ ১০ জন কৃতী ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰকাশৰ পৰম্পৰা নথকাৰ কথা ঘোষণা কৰিছিল।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd