• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুঁজাৰু বিমান অৱতৰণৰ বাবে উপযুক্ত ঘাইপথ নিৰ্মাণৰ ঘোষণা অসম চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2025 5:35 pm
179
VIEWS
Share on FacebookShare on Twitter

এইবাৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ যুঁজাৰো বিমান অৱতৰণ কৰিব পৰাকৈ নিৰ্মান কৰিব অসম চৰকাৰে। যাতে যিকোনো জৰুৰী অৱস্থাত যুদ্ধ বিমান অৱতৰণৰ উপযোগী হয়। জানিব পৰা মতে, ইতিমধ্যে ডিব্ৰুগড় জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ সুখয় আৰু ৰাফেলৰ দৰে যুদ্ধ বিমান অৱতৰণৰ বাবে উপযোগী কৰি তোলা হৈছে।

এই আধুনিক পথটোৱে ভাৰতৰ উত্তৰ-পূব সীমান্তৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত বায়ুসেনাক সহায় কৰিব বুলি আশা কৰা হৈছে।’ কেৱল এয়াই নহয় আগন্তুক দিনত অসমৰ আৰু দুটা পথ বিমান অৱতৰণৰ উপযোগী কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে। ৰাজ্য চৰকাৰে জনাইছে যে অনাগত দিনত অসমৰ বকৰা-টিহু ৰাষ্ট্ৰীয় ঘাইপথ আৰু হোজাই জিলাৰ শংকৰপুৰ অঞ্চলত বিমান অৱতৰণৰ উপযোগী এনে পথ নিৰ্মাণ কৰা হ’ব।

মন কৰিবলগীয়া যে শেহতীয়াকৈ কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথসমূহ বিমান অৱতৰণৰ উপযোগী কৰি তোলাৰ কাম আৰম্ভ কৰিছে। বিমান অৱতৰণৰ উপযোগী এনে পথ দেশৰ বহু ঠাইত নিৰ্মাণ কৰি থকা হৈছে। জ্ঞাত সূত্ৰৰ মতে, এই পদক্ষেপ কেৱল সামৰিক দৃষ্টিকোণৰ পৰাই নহয়, যিকোনো কঠিন পৰিস্থিতিতো ফলপ্ৰসূ হ’ব। এই অত্যাধুনিক পথটো যুদ্ধকালীন পৰিস্থিতিতো উপযোগী হ’ব বুলি সদৰী কৰিছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd