• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজ্ঞানত উত্তীৰ্ণৰ হাৰত প্ৰথমস্থান শিৱসাগৰ জিলাৰ; ভূতত্ত্ব সৰ্বোচ্চ নম্বৰ কৃতিকা ফুকনৰ

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , May 25, 2019 6:38 pm

1 min read

বিজ্ঞানত উত্তীৰ্ণৰ হাৰত প্ৰথমস্থান শিৱসাগৰ জিলাৰ; ভূতত্ত্ব সৰ্বোচ্চ নম্বৰ কৃতিকা ফুকনৰ
1.1k
VIEWS
Share on FacebookShare on Twitter
আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিজ্ঞান শাখাত অসমৰ ভিতৰত উত্তীৰ্ণৰ হাৰত শিৱসাগৰ জিলাই প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। জিলাখনৰ পৰা বিজ্ঞান শাখাৰ পৰীক্ষাত অৱৰ্তীণ হোৱা ১০৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ৯৬৬ গৰাকী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৯৩.৪৩ শতাংশ।
ইয়াৰে ৬৩৩ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে, দ্বিতীয় বিভাগত ৩০৪ গৰাকী আৰু তৃতীয় বিভাগত ২৯ গৰাকী উত্তীৰ্ণ হয়।
আনহাতে কলা শাখাত জিলাখনৰ পৰা অৱৰ্তীৰ্ণ হোৱা ৫২১৮ গৰাকী শিক্ষাৰ্থীৰ ৪৪০০ গৰাকী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৮৪.৩২ শতাংশ। কলা শাখাত ১০২৬ গৰাকী প্ৰথম বিভাগত, ১৫৩৬ গৰাকী দ্বিতীয় বিভাগত আৰু ১৮৩৮ গৰাকী তৃতীয় বিভাগত উতীৰ্ণ হয়। ঠিক সেইদৰে বাণিজ্য শাখাত ২৮৪ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৭৫ গৰাকী প্ৰথম বিভাগত, ৮৬ গৰাকী দ্বিতীয় বিভাগত আৰু ১০৫ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৯৩.৬৬ শতাংশ।
ইষালে আজিৰ ফলাফল অনুসৰি ৰাজ্যখনৰ ভিতৰতে ভূতত্ত্ব বিভাগত সৰ্বোচ্চ নম্বৰ পাই শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰ্যভট্ট একাডেমীৰ এগৰাকী ছাত্ৰীয়ে। ভূতত্ত্ব বিষয়ত ৯৪ লাভ কৰা কৃতিকা ফুকন নামৰ ছাত্ৰী গৰাকীৰ এই সাফল্যক লৈ আৰ্যভট্ট একাডেমিত এক উৎসৱমূখৰ পৰিৱশেৰ সৃষ্টি হয়।

Recent News

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd