DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাণিজ্যত অষ্টম স্থান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰিয়াংশু আগৰৱালাৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
May 25, 2019 5:58 pm
বাণিজ্যত অষ্টম স্থান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰিয়াংশু আগৰৱালাৰ
805
VIEWS
Share on FacebookShare on Twitter

ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰ প্ৰিয়াংশু আগৰৱালাই আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত অসমৰ ভিতৰত অষ্টম স্থান অধিকাৰ কৰি মাৰঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিছে।

মুঠ ৪৫৭ নম্বৰ লাভ কৰা ছাত্ৰজনে ইংৰাজীত ৯৩, ঐচ্ছিক ইংৰাজীত ৯২, হিচাপ বিদ্যাত ৮৫, ব্যৱসায় অধ্যয়ণত ৯১, অৰ্থনীতিত ৯৫ আৰু গণিতত ৭৫ নম্বৰ লাভ কৰে।

মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ অধ্যাপক বিনোদ আগৰৱালা আৰু চন্দা দেৱীৰ পুত্ৰ প্ৰিয়াংশুক ফলাফলৰ পিছতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰা ঢোলে-দগৰে আদৰি আনি মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাই পথেদি এক শোভাযাত্ৰা উলিয়ায়।

তদুপৰি মহাবিদ্যালয়খনৰ হৈ অধ্যক্ষ বুধিন গগৈয়ে ছাত্ৰগৰাকীৰ লগতে অভিভাৱকক সম্বৰ্ধনা জনোৱাৰ লগতে ৫০ হাজাৰ টকাৰ অনুদান প্ৰদান কৰে। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই মহাবিদ্যালয়খনৰ ফলাফলক লৈ সন্তোষ প্ৰকাশ কৰাৰ লগতে  তেওঁৰ ফালৰ পৰা প্ৰিয়াংশুক ৩০ হাজাৰ টকাৰ এককালীন জলপানি আগবঢ়োৱাৰ বিষয়ে জানিবলৈ দিয়ে।

আনহাতে ছাত্ৰ গৰাকীৰ উক্ত ফলাফলৰ পিছতে তেওঁৰ ঘৰত উপস্থিত হৈ তিনিচুকীয়া জিলা সাংবাদিক সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, মাৰ্ঘেৰিটা আছু আদি সংগঠনে তেওঁক সম্বৰ্ধনা জনায়।

Recent News

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd