বুধবাৰে পুৱা ৯ বজাত ঘোষণা হ’ব অসমৰ ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাচা পৰীক্ষাৰ ফলাফল।
পৰীক্ষাটোৰ ফলাফল কেৱল ৱে’বচাইট আৰু ম’বাইল এপত পুৱা ৯ বজাত ঘোষণা হ’ব।
তলত ৱে’বচাইটৰ লিংক দিয়া হৈছে।
বিদ্যালয়সমূহত দিনৰ ১১ বজাতহে ফলাফল উপলব্ধ হ’ব।
তাৰোপৰি বি এচ এন এলৰ গ্ৰাহকে SEBA19 (space) (ৰ’ল নম্বৰ) লিখি 57766ত পঠাই ফলাফল পাব পাৰিব।
ৱে’বচাইট আৰু এপ
- results.sebaonline.org
- resultsassam.nic.in
- www.examresults.net
- www.examresults.net/assam
5. www.indiaresults.com
6. exametc.com
7. iresults.net
8. yesresult.com
9. www.result.shiksha
10. www.assam.shiksha
11. www.assamonline.in
12. assamjobalerts.com
13. assamresult.in
14. ম’বাইল এপ SEBA results 2019