• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অষ্টম স্থানেৰে গৌৰীসাগৰলৈ গৌৰৱ কঢ়িয়াই অনা দেৱাশ্ৰীৰ চিকিৎসক হোৱাৰ মন

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
May 15, 2019 4:11 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গৌৰীসাগৰৰ অন্যতম বেচৰকাৰী শিক্ষানুষ্ঠান গৌৰীসাগৰ শংকৰদেৱ বিদ্যামন্দিৰৰ ছাত্ৰী দেৱাশ্ৰী শইকীয়াই ৰাজ্যখনৰ ভিতৰতে অষ্টম স্থান দখল কৰি গৌৰীসাগৰৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

গৌৰীসাগৰৰ ন-কটানী মাটিয়াবাট নিবাসী তথা জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী যাদৱ শইকীয়া আৰু অৱন্তী শইকীয়াৰ জ্যেষ্ঠা কন্যা দেৱাশ্ৰীয়ে অসমীয়াত ৯৬, ইংৰাজীত ৯৮, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৪ আৰু ঐচ্ছিক গণিতত ১০০ মুঠ ৫৮৬ নম্বৰসহ ৯৭.৪ শতাংশ লাভ কৰে।

আজি পুৱা ছাত্ৰীগৰাকীক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি স্থানীয় ৰাইজ আৰু দল সংগঠনে ন-কটানীস্থিত বাসগৃহৰ পৰা গৌৰীসাগৰ পুখুৰীৰ পাৰত থকা বিদ্যালয়লৈ আদৰি অনাৰ অঞ্চলটোত এক শোভাযাত্ৰা উলিয়ায়।

কোনো ধৰণৰ নিৰ্দিষ্ট সময়সূচী নথকাকৈ যেতিয়াই মন যায় তেতিয়াই অধ্যয়ন কৰা দেৱাশ্ৰীৰ ভবিষ্যতে বিজ্ঞান শাখাত অধ্যয়ন কৰি চিকিৎসক হোৱাৰ মন।

নিজৰ এই সফলতাত তেওঁ পিতৃ-মাতৃৰ উপৰিও বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগিতাৰ কথা আন্তৰিকতাৰে উল্লেখ কৰে৷ আজৰি সময়ত কবিতা লিখি ভাল পোৱা কৃতি ছাত্ৰীগৰাকীক বিদ্যালয় কৰ্তৃপক্ষৰ উপৰিও বিভিন্ন দল-সংগঠন, গৌৰীসাগৰ প্ৰেছ ক্লাব, স্থানীয় বিধায়ক, শুভাকাংক্ষী ব্যক্তিয়ে সম্বৰ্দ্ধনা আৰু অভিনন্দন জনায়৷

একেৰাহে ৪টা বৰ্ষ ১০০শতাংশ সফলতাৰ ধাৰা অক্ষুন্ন ৰখা বিদ্যালয়খনৰ এইবাৰ পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা ১৫গৰাকী পৰেক্ষাৰ্থীৰ এগৰাকীয়ে অষ্টম স্থান লাভ কৰাৰ বিপৰীতে ৪গৰাকীয়ে বিভিন্ন বিষয়ত লেটাৰ মাৰ্কসহ ডিষ্টংচন, ৩গৰাকীয়ে ষ্টাৰসহ প্ৰথম, ১১ গৰাকীয়ে প্ৰথম বিভাগ আৰু ৩গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd