DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত অসম উত্তৰ প্ৰদেশৰ বাবে এক উদাহৰণ : যোগী আদিত্যনাথ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2019 6:30 pm
CM yogi

যোগী আদিত্যনাথ

434
VIEWS
Share on FacebookShare on Twitter

‘‘এন আৰ চি কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত অসম আমাৰ বাবে এক উদাহৰণ’’-উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথে এন আৰ চিৰ প্ৰসংগত এনেদৰে মন্তব্য কৰে।

উত্তৰ প্ৰদেশত এন আৰ চিৰ প্ৰয়োজনীয়তাৰ বিষয়ে মন্তব্য কৰি তেওঁৰ চৰকাৰ এই সন্দৰ্ভত কাম কৰিবলৈ সাজু বুলি কয়।

উত্তৰ প্ৰদেশত বিগত কিছুবছৰৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীয়ে স্থানীয় ৰাজনৈতিক সমীকৰণত খেলিমেলিৰ সৃষ্টি কৰা বুলি আদিত্য নাথে চিন্তা ব্যক্ত কৰে।

উত্তৰ প্ৰদেশ চৰকাৰৰ তথ্য অনুসৰি, দুই লাখতকৈও অধিক অবৈধ অনুপ্ৰৱেশকাৰী লক্ষ্ণৌ, এলাহাবাদ, বাৰাণসী আৰু কানপুৰত বাস কৰি আছে।

দুই লক্ষাধিক অনুপ্ৰৱেশকাৰীৰ ভিতৰত বেছিসংখ্যক অনুপ্ৰৱেশকাৰী বাংলাদেশৰ পৰা অহা আৰু তেওঁলোকে ৰাজ্যখনত দিন হাজিৰা কৰি আহিছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ ৯০ শতাংশতকৈ অধিক লোকে হিন্দী কব নোৱাৰাৰ লগতে বুজিও নাপায়।

আচৰিত ধৰণে এনে অনুপ্ৰৱেশকাৰী সকলৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ আই ডি কাৰ্ডকে ধৰি সকলো ধৰণৰ নথি পত্ৰ মজুত আছে বুলিও যোগীয়ে কয়।

পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনত বাস কৰি থকা অবৈধ অনুপ্ৰবেশকাৰী সকলক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ বাবে নিৰ্দেশ দিছিল।

অসমৰ পৰা অভিজ্ঞতা লৈ উত্তৰ প্ৰদেশে ৰাজ্যখনতো পৰ্যায়ক্ৰমে নাগৰিকপঞ্জীৰ কাম আৰম্ভ কৰিব বুলি মন্তব্য কৰে যোগী আদিত্যনাথে।

আনহাতে, আদিত্যনাথে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এন আৰ চি অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি এন আৰ চিয়ে অবৈধ অনুপ্ৰৱেশকাৰীয়ে কাঢ়ি নিয়া জনসাধাৰণৰ অধিকাৰ ঘুৰাই অনাতো সহায় কৰিব বুলি তাৎপৰ্য্য মন্তব্য কৰে।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd