• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বদৰুদ্দিনৰ দৰে সাম্প্ৰদায়িক শক্তিৰ ওচৰত অসম সুৰক্ষিত নহয় : বিশ্বনাথৰ সভাত মন্ত্ৰী হিমন্ত

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
April 5, 2019 9:34 pm
Himanta

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ৫ বছৰত দেশত পৰিৱৰ্তনৰ জোঁৱাৰ উঠিছে। যাৰ বাবে দেশৰ জনতাই নৰেন্দ্ৰ মোদীকেই আকৌ এবাৰ প্ৰধান মন্ত্ৰী হিচাবে বিচাৰিছে। এতিয়া যদি পৰৱৰ্তী প্ৰধান মন্ত্ৰী কোন হ’ব বুলি  এল পি স্কুলৰ ছাত্ৰ-ছাত্ৰীক ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ ফটো দেখুওৱা হয় তেন্তে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে মোদীৰ ফটো খনলৈকে আঙুলিয়াই দিব’। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

আজি বিশ্বনাথ চাৰিআলিৰ ধূলি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত বিজেপি আৰু মিত্ৰজোঁটৰ বিজয় সংকল্প সমাৰোহত মন্ত্রী শৰ্মাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্রেছৰ দিনত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতৰ ভিতৰত সোমাই সন্ত্ৰাসবাদ চলাইছিল। কিন্তু বিজেপিয়ে পাকিস্তানৰ এই সন্ত্ৰআসবাদক প্ৰশ্ৰয় নিদিয়ে। ইয়াৰ উদাহৰণ চার্জিকেল ষ্টাইক।

Apply Now

বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকটিৰ সভাপতিত্বত অনুষ্ঠিত সভাত  স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আৰু কয় যে পাকিস্তানে আমাক আক্ৰমণ কৰিলে আমি পাকিস্তানৰ ভিতৰলৈ গৈ ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম।

ইয়াৰ উপৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক তীব্ৰ সমালোচনা কৰি কয় যে তৰুণ গগৈয়ে  আগতে ‘হু ইজ বদৰুদ্দিন’ বুলি  বৰ কথা মাতিছিল। কিন্তু এতিয়া পুতেকক জিকোৱাৰ বাবে তেওঁৰ চিন্তা হৈছে। সেয়ে নিজৰ পুতেকক জিকোৱাৰ স্বাৰ্থত বদৰুদ্দিনৰ লগত হাত মিলাইছে। কিন্তু বিজেপিয়ে কেতিয়াও বদৰুদ্দিনৰ ওচৰত আত্মসমৰ্পণ নকৰে। বদৰুদ্দিনৰ দৰে সাম্প্ৰদায়িক শক্তিৰ ওচৰত অসম সুৰক্ষিত নহয় বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ আৰু কয় যে বিজেপিয়ে বটদ্ৰৱাৰ সুৰক্ষা, গঁড় হত্যা, কাজিৰঙাৰ বেদখল, বিশ্বনাথৰ সুৰক্ষা আদিৰ বাবে শেষ বিন্দু তেজ থকালৈকে যুঁজ দি যাব বুলি উল্লেখ কৰে। তৰুণ গগৈৰ সংখ্যালঘু প্ৰীতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে  অদূৰ ভৱিষ্যতে পাৰিলে কংগ্ৰেছৰ হাতৰ চিনটোক লুঙীৰ চীন কৰি  পেলাব।

বিজেপিয়ে চাহ শ্ৰমিকৰ বাবে লোৱা আঁচনিৰ বিষয়েও আজিৰ সভাত মন্ত্ৰী শৰ্মাই উল্লেখ কৰে। বিজেপিয়ে চাহ শ্ৰমিকক  উজ্বলা গেছ, ২০২২ত সকলোৰে পকী ঘৰ, শিক্ষাৰ আঁচনি, কলেজত নামভৰ্তি বিনামূলীয়া, বিনামূলীয়া পাঠ্যপুথি, ৯ম আৰু দশম শ্ৰেণীৰ পিছত একাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠপুথি, এইবাৰৰ পৰা ডিগ্ৰী লৈ বিনামূলীয়া পাঠ্যপুথি আদি আঁচনিৰ বিষয়েও উল্লেখ কৰা দেখা যায়।

আনহাতে তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লবৰ নেতৃত্বত বাগিচাৰ কৰ্মচাৰীৰ একাউণ্টত ধন সোমোৱা, চৰ্দাৰক মোবাইল ফোন দিয়া, শিক্ষা, স্বাস্থ্য, পথ পকীকৰণ আদি বহুত আঁচনি লৈছে। নিজৰ সন্তান পল্লৱক ভোট দিবলৈ আহ্বান জনায় মন্ত্ৰী শৰ্মাই।

ইফালে আজিৰ সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ  বৰঠাকুৰ, অগপৰ উপসভাপতি প্ৰবীণ হাজৰিকা, বিজেপিৰ উপসভাপতি দিগন্ত ঘটোৱাৰ, বিজেপি নেতা ডাঃ ৰঞ্জন গগৈ, মোহন মহন্ত,পৰেশ বৰকাকটি, কৃষ্ণ তালুকদাৰ আদিয়ে অংশগ্ৰহণ কৰে।

Tags: নিৰ্বাচন ২০১৯
কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd