• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কমতাপুৰৰ সংগ্ৰাম কেৱল কোচ ৰাজবংশীৰ নহয়, প্ৰতিষ্ঠা দিৱসত বাৰ্তা কে এল অ’ৰ।Video|

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 31, 2018 10:25 am

1 min read

423
VIEWS
Share on FacebookShare on Twitter

স্বাধীন কমতাপুৰৰ সংগ্ৰাম চলাই থকা কমতাপুৰ লিবাৰে’চন অৰ্গেনাইজে’চন চমুকৈ কে এল অ’ৰ “জাতীয় সংগ্ৰাম” কোচ ৰাজবংশীসকলৰে আচুতীয়া আন্দোলন নহয়।

কমতাপুৰত বাস কৰা বড়ো, মুছলমান, বাঙালীকে ধৰি সকলো সম্প্ৰদায়কে সংগ্ৰামত যোগ দিবলৈ আহ্বান জনাই সশস্ত্ৰ সংগঠনটোৰ ২৫ বছৰ পূৰ্তিত এই বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে মুৰব্বী জীৱন সিংহ কোচে।

“কোচ ৰাজবংশী, বড়ো, মেচ, কছাৰী, ৰাভা, হাজং, গাৰো, তেলি, মালি, যোগী, ব্ৰাহ্মণ, কলিতা, ভূত, লেপচা, গোৰ্খা, চাওতাল, মুছলিম আৰু বাঙালী (১৯৪৬ চনৰ পূৰ্বে অহাসকল) আদি কমতাপুৰৰ সকলো সম্প্ৰদায়েই কমতাপুৰী নাগৰিক। আৰু সেয়ে তেওঁলোক সকলোৱে জাতীয় সংগ্ৰামত অংশগ্ৰহণ কৰা উচিত,” ২৮ ডিচেম্বৰত সংগঠনটোৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত কে এল অ’ৰ হৈ এই ঘোষণা সিংহৰ।

“ঔপনিৱেশিক” ভাৰত ৰাষ্ট্ৰক মূল শত্ৰু বুলি উল্লেখ কৰি সংগঠনটোৱে কয়, “কমতাপুৰত ধৰ্মীয়, সাম্প্ৰদায়িক, গোষ্ঠী আৰু বৰ্ণবাদৰ কোনো ঠাই নাই।”

কমতাপুৰীসকল কোনোকালে ভাৰতীয় নাছিল আৰু ভৱিষ্যতেও ভাৰতীয় নহয় বুলি ঘোষণা কৰি সাৰ্বভৌম ভূখণ্ডৰ বাবে সশস্ত্ৰ সংগ্ৰাম চলাই যোৱাৰ অংগীকাৰ ঘোষণা কৰিছে সংগঠনটোৱে।

১৯৪৮ চনৰ ২০ আগষ্টত কোচবিহাৰৰ মহাৰাজাৰ সৈতে বলপূৰ্বক চুক্তিৰে ঐতিহাসিক কমতাপুৰ ভূ-খণ্ডক ভাৰতৰ সৈতে চামিল কৰা হৈছিল বুলি কয় সংগঠনটোৱে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd