DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি আৰম্ভ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 5, 2019 10:21 pm
তিনিচুকীয়াত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি আৰম্ভ
376
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৬ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ তিনিচুকীয়াত অনুষ্ঠিত হ’ব। গোৱালপাৰাত অনুষ্ঠিত ৩৫ সংখ্যক অধিৱেশনে গ্ৰহণ কৰা প্ৰস্তাৱ মৰ্মে অহা জানুৱাৰিত তিনিচুকীয়াত উক্ত অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

সেই উদ্দেশ্য আগত ৰাখি কালি অৰ্থাৎ ৪ আগষ্টত তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদে তিনিচুকীয়াৰ চেনাই ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক আদৰণি সমিতি গঠন কৰে।

জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অমৰৰঞ্জন দুৱৰাই সভাপতিত্ব কৰা আদৰণি সভাৰ উদেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰসন্ন কুমাৰ বৰুৱাই।

আজিৰ সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা নগেন দাস, উপ সভাপতি বিজয় কৃষ্ণ দও, সম্পাদক প্ৰধান ফকৰুদ্দিন আহমেদ, যুটীয়া সম্পাদক শ্যামন্ত দাস, প্ৰদীপ ৰাজখোৱা, শদিয়া, মাৰ্ঘেৰিটা, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি, সম্পাদক, প্ৰতিনিধি, তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে।

অধিৱেশনখন সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে তিনিচুকীয়া জিলাৰ উপায়ুক্ত অই নামচৰন সিঙক সভাপতি হিচাপে লৈ এক আদৰণী সমিতি গঠন কৰাৰ লগতে আদৰণী সমিতিত নথকা সকলক লৈ বিভিন্ন উপ-সমিতি গঠন কৰি সকলোকে নিজৰ  দায়িত্ব পালন কৰি যাৱলৈ সভাই আহ্বান জনাইছে।

Recent News

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd