• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2025 2:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যজুৰি খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণৰ চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্রতিবাদ। কোকৰাঝাৰৰ গৰৈমাৰী, কামৰূপ জিলাৰ হাজো, আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰ বাগান অঞ্চলত আদানী গোষ্ঠীৰ তাপবিদ্যুৎ প্রকল্প, উদ্যোগিক ক্ষেত্ৰ আৰু চেটেলাইট টাউনশ্বিপৰ বাবে ভূমি প্ৰদানৰ প্ৰচেষ্টাৰ বিৰুদ্ধে ৰাইজে তীব্ৰ আন্দোলন গঢ়ি তুলিছে।


কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বাশবাৰী, পানীজানী আৰু গৰৈমাৰী অঞ্চলত আদানী গোষ্ঠীক ৩৫০০ বিঘা ভূমি প্ৰদানৰ উদ্যোগৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তিনিদিন ধৰি ৰাইজে বন বিভাগ, ৰাজহ বিভাগ আৰু আৰক্ষী বিষয়া উপস্থিত থাকোঁতেই, পেট্ৰ’ল ঢালি ক্ষোভ প্ৰদৰ্শন কৰে। “জীৱন দিম, মাটি নিদিও”, “আমাৰ ভূমি দিয়া বন্ধ কৰক”, “আমাক তাপবিদ্যুৎ প্রকল্প নালাগে” আদি ধ্বনিত উত্তাল হৈ পৰে গৰৈমাৰী অঞ্চল। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে স্থানীয় লোকক উন্নয়ন আৰু চাকৰি দানৰ আশ্বাস দিলেও ৰাইজে আদানী গোষ্ঠীক ভূমি নিদিব বুলি দৃঢ় হুংকাৰ দিয়ে।

Apply Now


ইফালে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ গন্ধমৌ গো-চৰণীয়া পথাৰখনত উদ্যোগিক ক্ষেত্ৰ গঢ়ি তুলিবলৈ চৰকাৰে কৰা প্ৰচেষ্টাৰ বিৰুদ্ধে অঞ্চলটোৰ সাতখন গাঁৱৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। “এই পথাৰ কৃষকৰ সাহসৰ প্ৰতীক” বুলি উল্লেখ কৰি, সংৰক্ষণ সমিতিৰ নেতাসকলে চৰকাৰৰ জাননী বাতিলৰ দাবী জনায়। আন্দোলনত অংশগ্ৰহণ কৰা বক্তাসকলে উন্নয়নক স্বাগতম জনালেও, কৃষিভিত্তিক পৰিৱেশ ধ্বংস কৰি উদ্যোগ স্থাপন কৰাক লৈ কঠোৰ মন্তব্য কৰে।


আন্হাতে পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক কেন্দ্ৰ কৰি ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। যদিও বিধানসভাত মুখ্যমন্ত্ৰীয়ে ‘বৰদুৱাৰ’ৰ ঠাইত ‘পলাশবাৰী টাউনশ্বিপ’ হ’ব বুলি কৈছে, তথাপিও স্থানীয় ২১০০খন জনজাতীয় পৰিয়াল উদ্বিগ্ন হৈ পৰিছে। ভূমি পট্টা দাবী সমিতিয়ে আন্দোলনৰ জৰিয়তে চেটেলাইট টাউনশ্বিপ বাতিল, পতিত ভূমিত বাস কৰা সকলো পৰিয়ালক স্থায়ী পট্টা প্ৰদান, আৰু চানডুবি বিলৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ দাবী জনাইছে।

ইয়াৰোপৰি ২০২৬ৰ পূৰ্বে সকলো পৰিয়ালক পট্টা দিব লাগিব বুলি ৰাইজে দাবী কৰিছে। আৰু আদিত্য ৰাভাৰ নেতৃত্বত ভূমি পট্টা দাবী সমিতিয়ে গণতান্ত্ৰিকভাৱে আন্দোলন চলাই যোৱাৰ কথা ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd