DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত আই পি এলৰ খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা; ৰাজস্থান ৰয়েলছৰ প্ৰতিনিধিৰ বৰ্ষাপাৰা ষ্টেডিয়াম পৰিদৰ্শন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2019 4:29 pm
rajasthan royals

ৰাজস্থান ৰয়েলছ উৎস-ইণ্টাৰনেট

638
VIEWS
Share on FacebookShare on Twitter

সকলো ঠিকে থাকিলে হয়তো ৰাজ্যৰ ক্ৰিকেট প্ৰেমীসকলে গুৱাহাটীত উপভোগ কৰিব পাৰিব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেল।

সেই উদ্দেশ্য আই পি এলৰ অন্যতম গুৰুত্বপূৰ্ণ দল ৰাজস্থান ৰয়েলছৰ কৰ্মকৰ্তাসকলে বৃহস্পতিবাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰে।

উল্লেখযোগ্য যে, ৰাজস্থান ৰোয়েলছে তেওঁলোকৰ অন্য ‘হোম ভেন্যু’ হিচাপে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ কথাও গুণাগঁঠা কৰি আছে।

শুকুৰবাৰে ৰাজস্থান ৰোয়েলছৰ প্ৰতিনিধিসকলে তৃতীয়বাৰৰ বাবে ক্ৰিকেট ষ্টেডিয়ামখন পৰিদৰ্শন কৰে।

ষ্টেডিয়ামখন পৰিদৰ্শনৰ সময়ত প্ৰতিনিধি দলটোৱে ইয়াৰ উইকেট, পেভিলিয়ন আৰু বিভিন্ন আন্তঃগাঠনি পৰ্যবেক্ষণ কৰে।

আনহাতে, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শনৰ বিষয়ে মত প্ৰকাশ কৰি অসম ক্ৰিকেট সন্থাৰ সভাপতি দেৱজিৎ শইকীয়াই তেওঁলোকে অহা বছৰ আই পি এলৰ খেল গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে চেষ্টা কৰি আছে বুলি কয়।

ৰাজস্থান ৰোয়েলছৰ হৈ অসমৰ উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগে চলিত চিজনত অংশগ্ৰহণ কৰি উল্লেখজনক প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।

গুৱাহাটীত আই পি এলৰ খেল অনুষ্ঠিত কৰাৰ সম্ভাৱনাক লৈ এতিয়াৰে পৰা আশাবাদী হৈ পৰিছে অসমৰ ক্ৰীড়া প্ৰেমীসকল।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd