• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰ্যটকৰ বাবে অসমৰ কেইটামান বিশেষ পৰ্যটনস্থলী : প্ৰকাশ কৰিলে দ্য নিউয়ৰ্ক টাইমছে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 8, 2025 12:17 pm
90
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিচিত অসমৰ কেইটামান পৰ্যটনস্থলী প্ৰকাশ কৰিছে দ্য নিউয়ৰ্ক টাইমছে। আহোম বংশৰ প্ৰাচীন সমাধিস্থল চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ পিছতে এই তালিকাত নাম সোমাল চৰাইদেউ মৈদামৰ।

ইয়াৰ লগতে অসমৰ বিখ্যাত চাহ বাগিচা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এই তালিকাত ৰাখিছে সংবাদ সংস্থাটোৱে।

নিউয়ৰ্ক টাইমছত অসমক ম্যানমাৰ আৰু বাংলাদেশৰ ওচৰৰ পাহাৰীয়া ৰাজ্য বুলি বৰ্ণনা কৰা হৈছে। অসমৰ সুকীয়া সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ কথাও উল্লেখ কৰিছে কাকতখনে।

২০২৫ বৰ্ষটোত এই কেইটা পৰ্যটনস্থলীত বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটকে ভিৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে দ্য নিউয়ৰ্ক টাইমছে।

Recent News

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া এতিয়াও ভাৰততে আছেঃ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া এতিয়াও ভাৰততে আছেঃ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

জাতিৰ ভিত্তিত মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰিব নোৱাৰি : মাদ্ৰাজ উচ্চ ন্যায়ালয়

জাতিৰ ভিত্তিত মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰিব নোৱাৰি : মাদ্ৰাজ উচ্চ ন্যায়ালয়

পশ্চিম বংগত ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু!

পশ্চিম বংগত ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd