• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰীক্ষাত ক’ৰ’না নিগেটিভ আহিল মিজোৰামত মৃত্যু হোৱা মাধুৰ্য্য ভূঞাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 3, 2020 3:57 pm

1 min read

40.6k
VIEWS
Share on FacebookShare on Twitter

আইজলত বৰিবাৰে মৃত্যু হোৱা মাধুৰ্য্য ভূঞা নামৰ অসমৰ ৩৬ বছৰীয়া জেষ্ঠ গাননিক বিষয়া গৰাকী ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা নাই বুলি নিশ্চিত হৈছে।

মিজোৰামৰ এগৰাকী বিষয়াই সোমবাৰে মাধুৰ্য্য ভূঞাৰ নমুনা শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ হাস্পাতাললৈ ক’ৰ’নাৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল বুলি কয়।

বৃহস্পতিবাৰে অহা পৰীক্ষাৰ ফলাফল অনুসৰি বিষয়া গৰাকীৰ মৃত্যু ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা নাই বুলি নিশ্চিত হয়।

উল্লেখযোগ্য যে, ৰবিবাৰে নিজৰ থকা ঘৰৰ ভিতৰতে মাধূৰ্য্য ভূঞাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী জেষ্ঠ গাননিক বিষয়া হিচাপে তেওঁ মিজোৰামত কাৰ্য্যনিৰ্বাহ কৰি আছিল।

পত্নী আৰু নিজৰ সন্তানক নিজৰ ঘৰত এৰি তেওঁ মিজোৰামত অকলশৰে আছিল বুলি জানিব পৰা গৈছে।

তেওঁৰ সহকৰ্মী সকলে ভূঞা মৃত্যুৰ কেইদিন মান পূৰ্বৰে পৰা জ্বৰত ভূগি আছিল বুলি উল্লেখ কৰিছিল।

Recent News

Gautam Gambhir

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ ব্যক্তিগত অনুদান গৌতম গম্ভীৰৰ পৰিয়ালৰ

ponting on Indian victory

দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত বিধ্বস্ত কেংগেৰু বাহিনী! কিয় হজম হোৱা নাই ৰিকি পন্টিঙৰ?

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd