DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ ৪ খেলুৱৈৰ সোনৰ পদক

ছফিকুল আহমেদ by ছফিকুল আহমেদ
April 30, 2019 10:17 pm
আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ ৪ খেলুৱৈৰ সোনৰ পদক
1.2k
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশলৈ অসমৰ ৪ গৰাকীকৈ কাৰাটে খেলুৱৈয়ে সোনৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত অনুষ্ঠিত “আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ”ত গোৱালপাৰা জিলাৰ মধুসুদন দাস, চিন্ময় ৰাভা, ইনামুল হক আৰু চান্দিনী খাতুনে সোনৰ পদক বুটলিবলৈ সক্ষম হয়।

ইয়াৰে ইনামুল আৰু চান্দিনীৰ ঘৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইত হোৱাৰ বিপৰীতে চিন্ময় ৰাভা আৰু মধুসুদন দাসৰ ঘৰ জিলাখনৰ ধুপধৰাত।

দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনত চিন্ময়ে তেওঁৰ ম্যানমাৰৰ প্ৰতিপক্ষক পৰাজিত কৰাৰ লগতে মধুসুদন দাসে ভুটানৰ প্ৰতিদ্বন্দ্বিক হৰুৱাই প্ৰথম স্থান অধিকাৰ কৰে। ঠিক সেইদৰে ৪৯ কিলো শাখাত ইনামুলে আৰু ৪৫ কিলো শাখাত চান্দিনীয়ে তেওঁলোকৰ প্ৰতিপক্ষক পৰাস্ত কৰি সোনৰ খিতাপ দখল কৰে।

কাৰাটে এচ’ছিয়েশ্যন অৱ ইণ্ডিয়া (কাই)ৰ দ্বাৰা অনুমোদিত সংস্থা “অল ভাৰত চোটোকান কাৰাটে-ডু ফেডাৰেশ্য’ন”ৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ তত্বাৱধানত অনুষ্ঠিত তথা বাংলাদেশ, নেপাল, শ্ৰীলংকা, আফগানিস্তান আৰু ম্যানমাৰৰ যুৱ খেলুৱৈ সকলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ যোৱা সোমবাৰে অন্ত পৰে।

আনহাতে দেশৰ হৈ ৪টা কৈ সোনৰ পদক আঁজুৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা কাৰাটে খেলুৱৈ কেইগৰাকীক জিলাখনৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।

Recent News

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd