DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

ডব্লিউ টি আইৰ হস্তী কৰিদ’ৰ তালিকাত অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2019 9:37 pm
Assam, Meghalaya, Arunachal Pradesh in WTI’s 101 elephant corridor list

প্ৰতিনিধিত্বমূলক ফটো

1.2k
VIEWS
Share on FacebookShare on Twitter

ডব্লিউ টি আই আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে হাতী সুৰক্ষাৰ বাবে তৈয়াৰ কৰা ১০১টা হস্তী কৰিদ’ৰত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লগতে অন্তৰ্ভুক্ত হৈছে উত্তৰ-পূবৰ তিনিখন ৰাজ্য।

‘কৰিদ’ৰসমূহ যাতে বৰ্তি থাকে তাৰ বাবে বিভিন্ন ৰাজ্য চৰকাৰ আৰু তেওঁলোকৰ বন বিভাগৰ সৈতে আমি ১০১টা সংৰক্ষিত হস্তী কৰিদ’ৰ সন্দৰ্ভত আমি কাম কৰি আছো,’ ডব্লিউ টি আইৰ ৱাইল্দ লেন্দ দিভিজনৰ মুৰব্বী উপাসনা গাংগুলীয়ে কয়।

তেওঁ কয় যে যোৱা কেইটামান বছৰত সাতটা কৰিদ’ৰ বাধাপ্ৰাপ্ত হৈছে। “হয় দ্ৰুত উদ্যোগীকৰণ আৰু বিকাশমান টাউনশ্বিপৰ বাবে এইবোৰ বাধাপ্ৰাপ্ত বা বন্ধ হৈছে,‘’ গাংগুলীয়ে জনায়।

২০১২ত ডব্লিউ টি আইয়ে সমগ্ৰ ভাৰতজুৰি এক সমীক্ষা চলাইছিল আৰু চলিত ১০১টা হস্তী কৰিদ’ৰ পাইছিল।

ৰাজ্যসমূহৰ ভিতৰত আছে কেৰালা, কৰ্নাটক, তামিল নাদু, চত্তিশগড়, ঝাৰখন্দ, অ’ড়িচা, অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিম বংগ আৰু উত্তৰাখন্দ। ডব্লিউ টি আই-এ  চলাচলৰ অধিকাৰৰ ওপৰত কাম কৰি আছে— এইম ৰাজ্যসমূহত ৰাষ্ট্ৰীয় হস্তী কৰিদ’ৰ প্ৰকল্পত।

প্ৰতি বছৰে অসম আৰু মেঘালয়ত হাতী মানুহৰ সংঘাতৰ খবৰ অসম আৰু মেঘালয়ত ওলাই থাকে।

“আহত হাতীৰ সংখ্যাই ১০০ অতিক্ৰম কৰাৰ বিপৰীতে প্ৰতি বছৰে মানুহ-হাতীৰ সংঘাতত ৪০০-৫০০ মানুহৰ মৃত্যুৰ এক অনুমান কৰা হৈছে,” ডব্লিউ টি আই বিষয়াগৰাকীয়ে কয়।

Recent News

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

gang-rape

কোকৰাঝাৰত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd