• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিষ্কাৰ বনভোজ স্থলী; মুকাভিনয়েৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে সাজু শিল্পীৰ দল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2019 8:43 pm

1 min read

Mime artist

মুকাভিনয় শিল্পী

256
VIEWS
Share on FacebookShare on Twitter

শীতকাল আৰম্ভ হোৱাৰ লগে লগে অসমত বনভোজৰ বতৰ আৰম্ভ হৈছে। বনভোজৰ সময়ত বহু লোকে প্ৰকৃতিৰ সুন্দৰ কোলাত প্ৰতিপালিত হোৱা বনভোজ স্থানসমূহ লেতেৰা কৰা পৰিলক্ষিত হৈ আহিছে।

বিগত বৰ্ষৰ অসমৰ এটা মুকাভিনয়ৰ দলে বনভোজ স্থল সমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে মুকাভিনয়েৰে অভিনৱ প্ৰয়াস চলাইছিল।

বিগত বৰ্ষৰ দৰে এইবেলিও মুকাভিনয়ৰ দলটোৱে বনভোজলৈ ওলোৱা লোকসকলৰ মাজত মুকাভিনয়ৰ মাধ্যমেৰে সজাগতা সৃষ্টিৰ বাবে সাজু হৈছে।

#ChaloPicnicDhyanSe শীৰ্ষক শ্লোগানেৰে মুকাভিনয়ৰ দলটোৱে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব।

‘‘পিকনিকৰ বতৰ আৰম্ভ হৈছে।  এই সময় খিনিত কিছু সাৱধানতা লোৱাৰ প্ৰয়োজন সেই হেতুকে সজাগতা অনাৰ লক্ষ্যৰে এই সজাগতা অভিযান চলোৱা হৈছে। পৰিবেশ  সংৰক্ষণ, স্বচ্ছতাৰ কথা আমি কৈ থাকোঁ কিন্তু হাতে-কামে  খুব কমকৈ কাম কৰোঁ । পিকনিকৰ সময়ছোৱাত আমি নদী, জান , জুৰি ইত্যাদি বা পিকনিক খোৱা ঠাইটুকুৰা লেতেৰা কৰি থৈ আহো। নদীলৈ পলিথিন, প্লাষ্টিকৰ বটল, সুৰাৰ বটল ইত্যাদি দলিয়াই আমিয়েই সাংঘাতিক ধৰণে প্ৰদূষণত অৰিহণা যোগাই আহোঁ,’’ মুকাভিনয় দলটোৰ এগৰাকী শিল্পীয়ে কয়।

বিগত বৰ্ষত মুকাভিনয়ৰ দলটোৱে গুৱাহাটীৰ দীপৰ বিলত মুকাভিনয়েৰে জনসাধাৰণৰ মাজত সজাগতা অভিযান চলাইছিল।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd