• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ পাপ থকা বুলি মানি লৈ আছুৰ পৰামৰ্শমতে গংগাত স্নানৰ বাবে সন্মত হ’ল মন্ত্ৰী হিমন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 10, 2019 8:25 pm
Himanta Lurin
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আছুক পৰিষ্কাৰ কৰিব লাগিব আৰু সেই দায়িত্ব বিজেপিৰ’ বুলি কোৱা মন্ত্ৰী হিমন্তই নিজৰ পাপ থকাৰ কথা আজি আওপকীয়াকৈ স্বীকাৰ কৰে আৰু নিজেও গংগাত স্নান কৰি নিষ্কলুষ হোৱাৰ বাবে সন্মত হৈছে। আছুৱে তেওঁক দিয়া পৰামৰ্শ মানিয়েই এইটো কৰিব বুলি জনালে মন্ত্ৰীজনে।

“গংগাত গা ধুই ল’ম, কুম্ভমেলাত যাম আৰু তেতিয়াই ধুই ল’ম। আগতে দুই তিনিবাৰ ধুইছো, আৰু এবাৰ ধুই ল’ম।” সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে মন্ত্ৰীজনক পাপ মোচন কৰিবৰ বাবে গংগাত গা ধুই আহিবলৈ আহ্বান জনোৱাৰ পাছতেই সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্বৰ এই মন্তব্য।

Apply Now

ইয়াৰ পূৰ্বে ৯ ফেব্ৰুৱাৰিত জি এম চি এইচ্ছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ যুৱ মৰ্চাৰ ‘বিজয় লক্ষ্য ২০১৯’-অত ভাষণ দি মন্ত্ৰী শৰ্মাই আছুক কটাক্ষ কৰিছিল এই বুলি যে ছাত্ৰ সংগঠনটোৱে পূৰ্বৰ গৰিমা হেৰুৱাই পেলাইছে। আছুত থকা কলুষিত নেতাসকলক গঁতিয়াই উলিয়াই দিব লাগে।

প্ৰত্যুত্তৰত আজি ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে তেওঁ কেনেকুৱা এজন ব্যক্তি অসমীয়া সমাজ জীৱনৰ সকলোৱে জানে।

“তেওঁ যিমানবোৰ কথাবতৰা আছে, সেইবোৰ জানে অসমৰ মানুহে। তেওঁ প্ৰথমে নিজে সংস্কাৰ হৈ লওক”, সংবাদ মাধ্যমত হিমন্ত বিশ্বক ৰাজহুৱা পৰামৰ্শ লুৰিণজ্যোতি গগৈৰ।

“ক্ষমতা আৰু টকাৰ কাৰণে সময়ে সময়ে ৰাজনৈতিক দল সলনি কৰি থকা ব্যক্তিৰ পৰা জনসাধাৰণে অমৃতবাণী শুনাৰ প্ৰয়োজন নাই”, লুৰিণজ্যোতি গগৈয়ে কয়।

মন্ত্ৰীগৰাকী সাৰদা কেলেংকাৰি আৰু ধেমাজিৰ বোমা বিস্ফোৰণৰ সৈতে জড়িত থকাৰো অভিযোগ কৰে আছুৰ নেতাজনে।

“এই পাপবোৰ মোচনৰ বাবে প্ৰথমে তেওঁ গংগাত গা ধুই পুণ্য হৈ আহক। তাৰ পিছতহে অসমত আহি পুণ্য হৈ বক্তব্য ৰখা উচিত।” আক্ৰমণাত্মক লুৰিণজ্যোতি গগৈৰ মন্তব্য।

অৱশ্যে, লুৰিণজ্যোতি গগৈৰ এই পৰামৰ্শ মানি লোৱা বুলি জানিবলৈ দি মন্ত্ৰী শৰ্মাই ছাত্ৰ সংগঠনটোকো তেওঁৰ সৈতে গংগাত স্নানৰ বাবে আহ্বান জনায়।

“গংগা আমাৰ হিন্দু ধৰ্মৰ এখন পবিত্ৰ নদী। মোৰ লগত যদি আছুও যায় তেন্তে ভাল হ’ব। মোৰ লগতে তেওঁলোকৰো পাপ ক্ষয় হ’ব।” নিজৰো পাপ থকা বুলি আওপকীয়াকৈ স্বীকাৰ কৰি এইদৰে কয় মন্ত্ৰীজনে।

আনহাতে, লুৰিণজ্যোতি গগৈয়ে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ সৈতে জড়িত গংগাক সন্মান প্ৰদৰ্শন কৰিছে বুলি উল্লেখ কৰি তাৰ বাবে তেওঁক ধন্যবাদো জ্ঞাপন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd