• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যুৱতীক ভাবুকি দিয়াৰ অপৰাধত মন্ত্ৰী নৱ দ’লেৰ ভাগিনীয়েকক আটক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 31, 2019 1:21 pm

1 min read

যুৱতীক ভাবুকি দিয়াৰ অপৰাধত মন্ত্ৰী নৱ দ’লেৰ ভাগিনীয়েকক আটক

ফটো ইণ্টাৰনেতটৰ পৰা সংগৃহীত

6.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰা এগৰাকী যুৱতীক ভাবুকি প্ৰদান কৰি অহাৰ বাবে আৰক্ষীৰ হাতত আটক হ’ব লগীয়া হ’ল সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ দ’লেৰ ভাগিনিয়েক। এক স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ।

ধৃত যুৱকজনৰ নাম ভাইটী পেগু, তেওঁৰ ঘৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ আগত নিজকে মন্ত্ৰী নৱ দ’লেৰ ভাগিনীয়েক বুলি চিনাকি দিয়া যুৱকজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে যোৱা ৩ বছৰৰ পৰা তেওঁ শোনিতপুৰ জিলাৰ ঠেলামাৰাৰ এগৰাকী যুৱতিক ভাল পাই আহিছিল।

পিছত যুৱতী গৰাকীয়ে তেওঁৰ সৈতে ‘পলাই যাম’ বুলি কৈ বুধবাৰে ভাইটী পেগুক মিছন চাৰিআলীলৈ মাতি আনি আৰক্ষীৰ হাতত গতাই দিয়ে বুলি তেওঁ লগতে কয়।

আনহাতে সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে অভিযুক্ত যুৱকজনে তেওঁৰ প্ৰেমৰ প্ৰস্তাৱ মানিবলৈ অমান্তি হোৱা যুৱতী গৰাকীক নানাধৰণৰ মানসিক হেঁচা আৰু ভাবুকি দি আহিছিল।

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd