• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শীঘ্ৰে কাগজ কলৰ কৰ্মীসকলে ভাল খবৰ লাভ কৰিব : পীযুষ হাজৰিকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2019 2:01 pm

1 min read

Pijush-Hazarika

পিযুষ হাজৰিকা, উৎস-ইণ্টাৰনেট

1.2k
VIEWS
Share on FacebookShare on Twitter

নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলক শীঘ্ৰে ভাল খবৰ দিয়া হ’ব বুলি শুকুৰবাৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

কাগজ কলটোত কাম কৰা কৰ্মচাৰী সকলৰ প্ৰাপ্য আদায় নিদিয়াকৈ তেওঁলোকক কেতিয়াও উচ্ছেদ কৰিব দিয়া নহ’ব বুলিও মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে।

তেনে কৰিবলৈ গ’লে জাগীৰোডৰ বিধায়ক হিচাপে নিজেই আগত জপিয়াই পৰিব বুলিও হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয়।

আনহাতে, কাগজ কলৰ কৰ্মচাৰী সকলে বাস কৰি থকা আৱাস সমূহ খালী কৰাৰ বাবে অহা নিৰ্দেশ প্ৰসংগত মন্তব্য কৰি হাজৰিকাই কেতিয়াবা নিৰ্দেশ আহে আমি নামনো বুলি কয়।

উচ্ছেদ চলোৱাৰ বাবে বহু সময়ত নিৰ্দেশ আহে কিন্তু সকলোতে উচ্ছেদ হয় নেকি বুলিও পিযুষে প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰ সক্ৰিয় কৰি তুলিব বুলি বিভিন্ন সময়ত ৰাজনৈতিক ঘোষণা কৰি আহিলেও বৰ্তমানলৈ কাগজ কল দুটা পুনৰ সক্ৰিয় কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দৃষ্টি গোচৰ হোৱা নায়।

কাগজ কল দুটা পুনৰ সক্ৰিয় কৰাৰ দাবীৰে কৰ্মচাৰী সকলে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আনকি ভালেকেইজন কৰ্মচাৰীয়ে আত্মহত্যাৰ পথো বাচি লৈছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd