• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফাৰ্ম হাউছ জ্বলাই দিয়াকলৈ অসম-মিজোৰাম সীমান্তত তীব্ৰ উত্তেজনা

আপত্তি দৰ্শাই কেন্দ্ৰীয় গৃহ দপ্তৰক চিঠি লিখিব মিজোৰাম চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 11, 2020 10:55 am

1 min read

Assam-Mizoram-border-750x375
1.4k
VIEWS
Share on FacebookShare on Twitter

অসম-মিজোৰাম সীমান্তত শেহতীয়াকৈ কৰিমগঞ্জ জিলা প্ৰশাসনে মিজোৰামৰ লোকে স্থাপন কৰা ফাৰ্ম হাউছ আৰু খেতি পথাৰ জ্বলাই দিয়াকলৈ এতিয়া সীমান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

জানিব পৰা মতে অসম-মিজোৰাম সীমান্তৱৰ্তী মামিট অঞ্চলত মিজোৰামৰ একাংশ লোকে অবৈধ ভাবে ফাৰ্ম হাউছ স্থাপন কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছিল।

এই কথা কৰিমগঞ্জ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাত জিলা প্ৰশাসনে সেই খেতি পথাৰ জ্বলাই দি অবৈধ দখল উচ্ছেদৰ চেষ্টা চলায়।

a Assam-Mizoram-border-1

মিজোৰামৰ জন জলাউমা নামৰ লোক জনে সীমান্তৱৰ্তী অঞ্চলত ব্যপক হাৰত বেদখল কৰাৰ অভিযোগ উঠিছে।

কৰিমগঞ্জ  প্ৰশাসনে মিজো লোকে স্থাপন কৰা বৃহৎ তামোলৰ বাগানো ধ্বংস কৰে।

এই ঘটনাকলৈ সীমান্তত উত্তেজনাৰ সৃষ্টি হোৱাৰ সময়তে মিজোৰামৰ মামিট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে সেই স্থান পৰিদৰ্শন কৰে।

মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধান এছ বি কে সিঙে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে টেলিফোনেৰে যোগাযোগ কৰি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

মিজোৰামৰ চৰকাৰে কৰিমগঞ্জ প্ৰশাসনৰ কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে  এই বিষয়ে কেন্দ্ৰীয় গৃহ দপ্তৰক  চিঠি লিখিব বুলি কৈছে।

মিজো ছাত্ৰ সন্থায়ো কৰিমগঞ্জ জিলা প্ৰশাসনৰ কাৰ্যক গৰিহণা দিছে।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd