• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ অসম আৰু মিজোৰামত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2025 2:21 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমান্বয়ে বৃদ্ধি পোৱা অবৈধ অনুপ্ৰৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰু মিজোৰাম চৰকাৰে বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অকৰ্তৃত্বশীল অনুপ্ৰৱেশ পৰিচালনাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম চৰকাৰে এনে নীতি ৰূপায়ণৰ সংকল্প লৈছে, যাৰ অধীনত জিলা উপায়ুক্তৰ জৰিয়তে কেৱল প্ৰাপ্তবয়স্ক নাগৰিককহে আধাৰ কাৰ্ড প্ৰদান কৰা হ’ব। মিজোৰাম চৰকাৰেও ম্যানমাৰৰ নাগৰিকৰ পৰিচয় পত্ৰ ৰাখি সীমান্তৰ সিপাৰে তেওঁলোকৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ মনস্থ কৰিছে।

২৭ জুনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰ জাৰি কৰাৰ প্ৰট’কলসমূহ অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে স্পষ্ট কৰি দিয়ে।তেওঁ জোৰ দি কয় যে, “সাধাৰণতে বাংলাদেশৰ পৰা অসম আৰু ভাৰতলৈ অবৈধভাৱে প্ৰব্ৰজন কৰা ব্যক্তিসকল প্ৰাপ্তবয়স্ক। যিহেতু অসমত আধাৰ কাৰ্ড ১০০%ই লাভ কৰিছে, ইয়াৰ প্ৰতি  লক্ষ্য ৰাখি আমি প্ৰাপ্তবয়স্কৰ পৰা নতুন আবেদনসমূহ ভালদৰে পৰীক্ষা কৰা হ’ব।” তেওঁ আৰু কয় যে আধাৰ কাৰ্ড প্ৰদানৰ একমাত্ৰ কৰ্তৃত্ব জিলা উপায়ুক্তসকলৰ হাতত থাকিব, যাৰ ফলত বাংলাদেশী নাগৰিকৰ বাবে এই নথি-পত্ৰসমূহ লাভ কৰাৰ প্ৰক্ৰিয়াটো জটিল হৈ পৰিব আৰু বৈধ নথি নথকাসকলক ধৰা পেলোৱা আৰু বিতাড়িত কৰাত সুবিধা হ’ব।

Apply Now

পৰিসংখ্যাগত বিসংগতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰপেটাৰ ১০৩.৭৪% লোকৰ আধাৰ কাৰ্ড আছে, তাৰ পিছতে ধুবুৰীত ১০৩.৪৮%, মৰিগাঁৱত ১০১.৭৪% আৰু নগাঁৱত ১০০.৬৮% লোকৰ আধাৰ কাৰ্ড আছে। এই তথ্যৰ পৰা অনুমান কৰিব পাৰি যে একাংশ অনুপ্ৰৱেশকাৰীয়ে অবৈধভাৱে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ সমান্তৰাল পৰিঘটনাত মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই বিশেষকৈ ম্যানমাৰত চলি থকা গৃহযুদ্ধৰ পৰিপ্ৰেক্ষিতত সঘনাই ভাৰতত প্ৰৱেশ কৰা ম্যানমাৰৰ নাগৰিকৰ পৰা পৰিচয় পত্ৰ জব্দ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সম্পাদক তথা প্ৰব্ৰজনকাৰীৰ ৰক্ষক জেনেৰেল সুৰিন্দৰ ভগতৰ সৈতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এক বৈঠকত এই প্ৰস্তাৱৰ ওপৰত আলোচনা হয়।

বহুতে মিজোৰামত আশ্ৰয় ল’বলগীয়া হোৱা মানৱীয় সংকটৰ কথা স্বীকাৰ কৰি লালডুহোমাই কয় যে, “যদিও বহু শৰণাৰ্থী আইন পালনকাৰী, কিছুমানে বৰ্তমানৰ অশান্তিৰ সুযোগ লৈ নিজাববীয়াকৈ সীমান্ত পাৰ হোৱা বুলি জনা যায়।” তেওঁ ইংগিত দিয়ে যে আশ্ৰয় শিবিৰটোৰ অপব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধে ম্যানমাৰে জাৰি কৰা পৰিচয় পত্ৰ জব্দ কৰাকে ধৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ উপৰিও তেওঁ জনায় যে চৰকাৰে ম্যানমাৰৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰা ব্যক্তিৰ বায়’মেট্ৰিক তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd