• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাৰি বছৰেও কিয় হোৱা নাই সিদ্ধান্ত? দলত্যাগী বিধায়কৰ সদস্যপদ খাৰিজৰ দাবীত সদন ত্যাগ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2026 1:21 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ৰাইজৰ দলত যোগদান কৰা কংগ্ৰেছৰ দুই বিধায়কৰ সদস্যপদ খাৰিজৰ দাবীত বুধবাৰে অসম বিধানসভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ দল ত্যাগ কৰা এই দুই বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত সদন ত্যাগ কৰে বিৰোধী দলটোৱে।

বুধবাৰে সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগেই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাইজৰ দলত যোগদান কৰা দুই বিধায়ক ক্ৰমে আব্দুৰ ৰছিদ মণ্ডল আৰু শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে দাখিল কৰা জাননী সন্দৰ্ভত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা এক ৰুলিং বিচাৰে। পশ্চিম অসমৰ সমষ্টিৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত হোৱা এই দুই বিধায়কক পূৰ্বতে কংগ্ৰেছে নিলম্বন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰিছিল।

Apply Now

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই সন্দৰ্ভত কয় যে তেওঁ এইমাত্ৰহে জাননীসমূহ লাভ কৰিছে আৰু বিষয়টো পৰীক্ষা কৰিবলৈ তেওঁক কিছু সময়ৰ প্ৰয়োজন হ‘ব। দেৱব্ৰত শইকীয়াই সদনত যুক্তি দৰ্শায় যে দলে বিধায়ক দুজনক আনুষ্ঠানিকভাৱে বহিষ্কাৰ কৰা নাছিল যদিও সংবিধানৰ দশম অনুসূচী (Anti-Defection Law) অনুসৰি তেওঁলোকৰ সদস্যপদ খাৰিজৰ বাবে অধ্যক্ষই প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। অধ্যক্ষই তাৎক্ষণিকভাৱে কোনো সিদ্ধান্ত দিবলৈ অস্বীকাৰ কৰাত অসন্তুষ্ট হৈ প্ৰশ্নোত্তৰ কালতে কংগ্ৰেছৰ সদস্যসকলে সদন ত্যাগ কৰে।

পাছত সংবাদ মাধ্যমক সম্বোধন কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে যোৱা চাৰি বছৰ ধৰি দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা কেইবাজনো বিধায়কৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণসহ সদস্যপদ খাৰিজৰ আবেদন জনোৱা হৈছে। এই তালিকাত কমলাক্ষ দে পুৰকায়স্থ, বসন্ত দাস, শশীকান্ত দাস, ছিদ্দিক আহমেদ আৰু শ্বেৰমান আলী আহমেদৰ নাম আছে।

মহাৰাষ্ট্ৰ আৰু মণিপুৰ বিধানসভাৰ উদাহৰণ দি শইকীয়াই কয় যে উচ্চতম ন্যায়ালয়েও এনে আৱেদনসমূহ “যুক্তিসংগত সময়ৰ” ভিতৰত মীমাংসা কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ অভিযোগ কৰে যে অধ্যক্ষ গৰাকী চৰকাৰৰ চাপত আছে আৰু বিৰোধীক দুৰ্বল কৰাৰ উদ্দেশ্যেই এই আবেদনসমূহৰ ওপৰত কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd