DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাত মুছলমান নমৰে বুলি ভৱা ধাৰণাটো মিছা, মৌলানা-মৌলবীৰ কৱলত নপৰিব : শিলাদিত্য দেৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2020 5:24 pm
Shiladitya-Dev-678x381

বিধায়ক শিলাদিত্য দেব। ফাইল ফটো

2.1k
VIEWS
Share on FacebookShare on Twitter

অসমত বাংলাদেশী মুছলমানে ক’ৰ’না আনিলে বুলি আজি এক ফেইচবুক পোষ্টযোগে গুৰুতৰ অভিযোগ কৰে হোজাইৰ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে।

ফেইচবুক পোষ্টত শিলাদিত্যই ইছলাম ধৰ্মালম্বী লোকসকলক বৰ্তমান সময়ত ধৰ্মীয় গোড়ামি পৰিহাৰ কৰি ঘৰৰ ভিতৰত থাকি প্ৰয়োজনীয় নীতি নিৰ্দেশনা সমূহ মানি চলাৰ বাবে আহ্বান জনায়।

‘‘বহু ইছলাম ধৰ্মৰ মানুহৰ ধাৰণা আছে মুছলমানৰ ক’ৰ’না নহয়, কিন্তু ইৰাণৰ দৰে দেশত কিমান মুছলমান মানুহৰ মৃত্যু হ’ল। গতিকে নাভাবিব পাঁচবাৰ নামাজ পঢ়িলে ক’ৰ’না নহয়,’’ শিলাদিত্য দেৱে কয়।

আনহাতে, ভিডিঅ’টোত বিধায়ক গৰাকীয়ে অসমীয়া ৰীতি-নীতি মানি চলি থাকিলে ক’ৰ’নাৰ সংক্ৰমণ কম কৈ হ’ব বুলি উল্লেখ কৰি কৰমৰ্দনৰ পৰিৱৰ্তে সেৱা আৰু নমস্কাৰৰ উদাহৰণ দাঙি ধৰে।

তদুপৰি, তেওঁ সকলো মুছলমান লোক গোড়া নহয় বুলি মত প্ৰকাশ কৰি মাত্ৰ ৪-৫ শতাংশ মুছলমান লোক গোড়া কিন্তু বাকীসকল লোক ভাল যদিও বহু লোক শিক্ষাৰ অভাৱৰ বাবে মুছলমান মৌলবী সকলৰ গোড়ামী শিক্ষাৰ স্বীকাৰ হয় বুলিও  লগতে কয়।

‘‘ক’ৰ’না ধৰ্ম চাই নাহে। ক’ৰ’নাই হিন্দুকো মাৰিব, মুছলমানকো মাৰিব গতিকে এই সময়ত বদৰুদ্দিন জৰা-ফুকা পানীয়ে ক’ৰ’না নোহোৱা কৰিব নোৱাৰে। ঘৰত থাকক আৰু ক’ৰ’না ৰোধ কৰাত সহায় কৰক,’’ শিলাদিত্যই ফেইচবুক পোষ্টটোত কয়।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd