• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱালৰ দিনত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্য্য : দেবব্ৰত শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 23, 2019 9:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ পিছত অসমত বিভিন্ন অপৰাধমূলক কাৰ্য্য পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই গুৰুতৰ অভিযোগ তুলিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

বুধবাৰে শইকীয়াই সম্বোধন কৰা সংবাদমেলত কালি প্ৰকাশ পোৱা ২০১৭ চনৰ ‘নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰে’ৰ প্ৰতিবেদনৰ তথ্য দাঙি ধৰে। শইকীয়াই সংবাদমেলত দাঙি ধৰা তথ্য অসম্পাদিত ৰূপত প্ৰকাশ কৰিছো।

Apply Now
  • মহিলাৰ বিৰুদ্ধে সংঘটিত চাইবাৰ অপৰাধৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত প্ৰথম স্থানত আছে আৰু নাৰীজনিত অপৰাধ তথা দলবদ্ধ বলাৎকাৰৰ ক্ষেত্ৰত অসম দ্বিতীয় স্থানত আছে। ২০১৭ বৰ্ষত অসমত ২৭ টা দলবদ্ধ বলাৎকাৰৰ ঘটনা সংঘটিত হৈছিল।
  • স্বামী অথবা স্বামীৰ পৰিয়ালে মহিলাৰ বিৰুদ্ধে কৰা অপৰাধৰ ক্ষেত্ৰত ৯৭৮২ টা ঘটনাৰে অসমৰ স্থান চতুৰ্থ। মুঠ ৫৫৫৪ ঘটনাৰে মহিলা অপহৰণৰ ক্ষেত্ৰতো অসমৰ স্থান চতুৰ্থ।
  • জোৰ-জুলুমকৈ বিয়া কৰাবলৈ মহিলা অপহৰণৰ ক্ষেত্ৰত ৩১৩৮ টা ঘটনাৰে অসমৰ স্থান তৃতীয়।
  • মহিলা সৰবৰাহৰ ক্ষেত্ৰত ১০৭ টা ঘটনাৰে অসমৰ স্থান দ্বিতীয়।

অৱশ্যে ২০১৭ চনৰ পৰৱৰ্তী কালৰ তথ্য প্ৰকাশ কৰা হোৱা নাই বুলি সদৰী কৰি শইকীয়াই কয় ‘বৰ্তমান অসমৰ আইন শৃংখলা পৰিস্থিতিলৈ চাই এইটো অনুমান কৰিব পাৰি যে ২০১৭ চনৰ ধাৰা এতিয়াও অব্যাহত আছে। যোৱা বছৰ কাৰ্বিআংলঙত অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ হত্যাকাণ্ডৰ পৰা যি ধাৰা আৰম্ভ হ’ল সেই ধাৰা বন্ধ হোৱাৰ কোনো লক্ষণ নাই।‘

তেওঁ এনে কিছু ঘটনাৰ উদাহৰণ দি কয় ‘ডিব্ৰুগড় জিলাৰ চাৰখলীয়া ৰামসিং চাপৰিত এদল উন্মত্ত লোকে গো-পালক পৰিয়ালক আক্ৰমণ কৰি এজনক হত্যা কৰিছিল। টীয়ক চাহ বাগিচাৰ ৭০ বছৰৰ ঊৰ্ধ্বৰ চিকিৎসকৰো দলবদ্ধ আক্ৰমণৰ ঘটনাত মৃত্যু হৈছিল। এই ঘটনাৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত কৰা হ’ব বুলি সোণোৱালে কৈছিল যদিও বৰ্তমানো কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাই।‘

সংবাদমেলত শইকীয়াৰ দাবী ‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ বিভাগটো আৰু অধিক কঠোৰভাৱে পৰিচালনা কৰাটো বিচাৰো। যি চৰকাৰখনে বেটী বচাও বেটি পঢ়াওৰ কথা কয়, সেই সময়ত এনেধৰণৰ ঘটনা বৃদ্ধি হোৱাটোৱে এইটোৱেই সূচাইছে যে তেওঁলোকে অপৰাধীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰে দেশৰ আইন শৃংখলা ৰক্ষাত গুৰুত্ব দিব নিবিচাৰে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd