• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অযোধ্যা গোচৰৰ ৰায়দানক লৈ সন্তুষ্টি প্ৰকাশ মুছলিম ছাত্ৰ সন্থাৰ

NE NOW NEWS পুলেন্দ্র দাস
বৰপেটা , November 9, 2019 5:02 pm

1 min read

অযোধ্যা গোচৰৰ ৰায়দানক লৈ সন্তুষ্টি প্ৰকাশ মুছলিম ছাত্ৰ সন্থাৰ

বাবৰি মছজিদ। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

4.3k
VIEWS
Share on FacebookShare on Twitter

অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰা ঐতিহাসিক ৰায়ক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে মুছলিম ছাত্ৰ সন্থাই।

উচ্চতম ন্যায়ালয়ে আজি উক্ত ৰায় ঘোষণা কৰাৰ পিছত বৰপেটাত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিনে এই ৰায়ৰ প্ৰতি তেওঁলোকৰ সমৰ্থন প্ৰকাশ কৰে।

মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিন

‘উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ক দেশবাসীয়ে মানি লোৱা উচিত’- নেতা গৰাকীয়ে কয়।

ৰাম মন্দিৰৰ ৰায়দান যিহেতু উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে গতিকে ৰাম মন্দিৰৰ নাম লৈ যাতে কোনো ৰাজনৈতিক দলে ৰাজনীতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ ৰাইজক আহ্বান জনায় মুছলিম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে।

উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ পাঁচজনীয়া বিচাৰকৰ সাংবিধানিক বিচাৰপীঠে আজি কৰা ৰায়দান অনুসৰি বিবাদিত ভূমিখিনি হিন্দু সকলক দিয়াৰ বাবে নিৰ্দেশ দিছে।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd