DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিহিং পাটকাইলৈ ৰাষ্ট্ৰীয় উদ্যানৰ আনুষ্ঠানিক মৰ্যাদা চৰকাৰৰ, ৰাজ্যত কিমান খন হ’ল ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2021 8:12 pm
dehing-Patkai-750x375
240
VIEWS
Share on FacebookShare on Twitter

অসমৰ বাবে আৰু এটা সুখৱৰ, বিশেষকৈ পৰিৱেশপ্ৰেমীসকলৰ বাবে।

অসমত এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭ খনলৈ বৃদ্ধি পালে। সেইমৰ্মে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যাৰ দিশৰ পৰা অসম দেশৰ ভিতৰতে দ্বতীয় স্থানত থকা ৰাজ্যত পৰিণত হ’ল।

উল্লেখ্য ভাৰতৰ মধ্য প্ৰদেশ আৰু আন্দামান নিকোবৰত ৯ খনকৈ ৰাষ্ট্ৰীয় উদ্যান আছে। আজি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰাৰ পিছত উদ্যান কনলৈ পৰ্যটকৰ আগমণ বৃদ্ধি পাব।

নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান ঘোষিত দিহিং পাটকাই ডিগবৈ সংমণ্ডলৰ চৰাইপুং আৰু ডিব্ৰুগড় সংমণ্ডলৰ জয়পুৰ ৰেঞ্জৰ অধীনত থাকিব।

২০১৪ চনত ৰাজ্যপালৰ অনুমোদনৰ পাছত বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যই লাভ কৰিছিল ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি। ইয়াৰ ফলত অসমত এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৭ খনলৈ বৃদ্ধি পালে।

২০১৪ বর্ষৰ মে মাহত অবৈধ কয়লা খননৰ বাবে  দিহিং পাটকাই বিশেষ চৰ্চাৰ মাজলৈ আহিছিল। সামাজিক গণ মাধ্যমত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰো উঠিছিল। আনকি দেশ-বিদেশতো অভয়াৰণ্যখনক লৈ পৰিৱেশ কৰ্মীসকল সৰৱ হৈ পৰিছিল।

ইয়াৰ পাছতে তদানীন্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিহিং পাটকাই অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছিল।

প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ হিচাপে পৰিচিত অভয়াৰণ্যখনৰ জৈৱ বৈচিত্ৰ্যৰ বৈশিষ্ট্যসমূহ অটুট ৰাখি ইয়াৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বন বিভাগক নিৰ্দেশ দিছিল।

উল্লেখ্য যে ২০০৪ চনৰ ১৩ জুনত দিহিং পাটকাইৰ ১১১.১৯ বৰ্গকিলোমিটাৰ অংশই অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিছিল। দিহিং পাটকাইৰ মুঠ মাটিকালি হৈছে ৫৭৫ বৰ্গকিলোমিটাৰ।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd