• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ চিকিৎসকে প্ৰথমবাৰৰ বাবে কঢ়িয়াই আনিলে এছিয়াৰ নবেল খ্যাত ‘ৰমন মেগছেছে বঁটা’।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2023 3:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট অংক’লজিষ্ট তথা শিলচৰৰ কাছাৰ কেন্সাৰ হাস্পতাল ছ’চাইটিৰ সঞ্চালক পদ্মশ্ৰী ডাঃ আৰ ৰবি কান্নানক সামগ্ৰিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে ২০২৩ চনৰ সন্মানীয় ৰমন মেগছেছে বঁটাৰে সন্মানিত কৰা হৈছে।

এইবাৰৰ ভাৰতৰ একমাত্ৰ ৰমন মেগছেছে বঁটাবিজয়ী ডাঃ কান্ননে বিনম্ৰভাৱে কয় যে এয়া তেওঁৰ চিকিৎসালয়ৰ বাবে এক স্বীকৃতি আৰু তেওঁ ইয়াক কেৱল প্ৰতিষ্ঠানটোৰ মুৰব্বী হিচাপেহে গ্ৰহণ কৰিব। তেওঁৰ প্ৰকল্পটোক সফলতাৰে আগুৱাই নিয়াৰ প্ৰতিষ্ঠানটোৰ চিকিৎসাকৰ্মী সকলৰ শলাগ লয়।

Apply Now

চেন্নাইৰ চিকিৎসক ডাঃ কান্ননে ২০০৭ চনত পত্নী সীতাৰ সৈতে কাছাৰ কেন্সাৰ হস্পিতাল ছ’চাইটিৰ দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ চেন্নাইৰ আদয়াৰ কেন্সাৰ ইনষ্টিটিউটত চাৰ্জন হিচাপে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। যাৰ বাবে স্বাস্থ্যসেৱা খণ্ডলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে তেওঁ পদ্মশ্ৰী বঁটাও লাভ কৰিছিল।

তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা সেৱাৰ সুলভতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডাঃ কান্নানে কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও আদি বিভিন্ন স্থানত নিজৰ ক্লিনিক আৰম্ভ কৰিছিল। তেওঁৰ নেতৃত্বত কাছাৰ কেন্সাৰ হাস্পতাল ছ’চাইটিয়ে ৯০%তকৈ অধিক আকৰ্ষণীয় ফ’ল’-আপ ৰেচিঅ’ লাভ কৰিছে।

উল্লেখযোগ্য যে ডাঃ কান্নানে ২০১২ চনত এজন কেন্সাৰ ৰোগীৰ বাবে প্ৰথমটো মাইক্ৰ’ভেছকুলাৰ অস্ত্ৰোপচাৰৰ তত্বাৱধান কৰিছিল, যিটো কেৱল চিকিৎসালয়খনৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ বাবেও এক অগ্ৰণী কৃতিত্বৰ চিন ।

চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান। ১৯৫৭ চনত চনৰ পৰা প্ৰদান কৰি অহা ৰমন মেগছেছে বঁটা হৈছে ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ নৈতিক শাসন, জনসাধাৰণৰ প্ৰতি নিষ্ঠাবান সেৱা আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সন্মান জনাই প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ বঁটা।“এছিয়াৰ নোবেল বঁটা” খ্যাত এই বঁটাটো ফিলিপাইন চৰকাৰৰ সহযোগত ৰকফেলাৰ ব্রাদাৰ্ছ ফাণ্ডৰ ট্ৰাষ্টীসকলে প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd