• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঢাকাত অনুষ্ঠিত পেচাপল’ এচিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ উজলিল অসমৰ ১৩ গৰাকী খেলুৱৈ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
May 21, 2019 7:10 pm
IMG-20190521-WA0016

বাংলাদেশত সফলতা অৰ্জন কৰা ভাৰতীয় দলটো।

5.7k
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ ৰাজধানী ঢাকাত ১৭ মে’ৰ পৰা ২০ মে’লৈ অনুষ্ঠিত হোৱা পেচাপল’ এচিয়ান চেম্পিয়নশ্চিপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতে দুটা সোণ আৰু তিনিটা ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়।

ভাৰতীয় দলটোত অসমৰ মুঠ তেৰগৰাকী অসমৰ প্ৰতিভাৱান খেলুৱৈ অংশগ্ৰহণ কৰি দেশৰ লগত অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনত ঘৰুৱা দল বাংলাদেশৰ লগতে ভাৰত, নেপাল আৰু ভূটানে অংশগ্ৰহণ কৰিছিল।

৪৩ গৰাকী খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৰ প্ৰশিক্ষক আৰু মেনেজাৰ হিচাপে আছিল ক্ৰমে প্ৰতীক পাৰেখ আৰু পৱন কুমাৰ।

সোণৰ পদক দখল কৰা ভাৰতীয় দলটোৰ হৈ অংশগ্ৰহণ কৰা অসমৰ খেলুৱৈ দুগৰাকী হ’ল ক্ৰমে- কংকনজ্যোতি ডেকা (পুৰুষ) আৰু শিখামণি দাস (ছোৱালী)।

আনহাতে, ৰূপৰ পদক দখল কৰা ভাৰতীয় দলটোৰ হৈ অংশগ্ৰহণ কৰা অসমৰ খেলুৱৈ সকল হ’ল ক্ৰমে- ৰফিকুল ইছলাম (পুৰুষ), চতুলাল চৌহান (পুৰুষ), সৌৰভজ্যোতি বৰা (পুৰুষ), কৃষ্ণাক্ষী বৰা (মহিলা), সদুপ্তী নেওগ (জুনিয়ৰ, ল’ৰা), জ্যোতিৰ্ময় বৰা (জুনিয়ৰ, ল’ৰা), ভক্তিপ্ৰতিম বৰা (জুনিয়ৰ, ল’ৰা), পংকজ বৰা (জুনিয়ৰ, ল’ৰা), লক্ষ্যজ্যোতি বৰা (জুনিয়ৰ ল’ৰা) আৰু কৰৱী বৰুৱা (জুনিয়ৰ, ছোৱালী)।

ভাৰতীয় দলটোৰ হৈ অংশগ্ৰহণ কৰা অসমৰ সুদীপ্ত নেওগ, জ্যোতিৰ্ময় বৰা, জ্যোতিষ্মান বৰা, ভক্তিপ্ৰতিম বৰা, লক্ষ্যজ্যোতি বৰা কলিয়াবৰ শিশুবিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়, কুঁৱৰীটোলৰ ছাত্ৰ।

কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজে ভাৰতীয় দলটোৰ লগতে অসমৰ খেলুৱৈ সকলৰ সফলতাত আনন্দ প্ৰকাশ কৰিছে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd