• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংবাদমেলৰ পাছতেই ৰাজীৱ ভৱনৰ পৰা গ্ৰেপ্তাৰ হ’ল NSUI ৰ ৰাজ্যিক উপ-সভাপতি

‘অসমৰ হৈ মাত মতাৰ বাবে জেইলত গৈছো' : জুবেৰ আনম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 31, 2020 4:59 pm
Juber Anam NSUI

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা NSUI ৰ উপ-সভাপতি জুবেৰ আনম। ফাইল ফটো

993
VIEWS
Share on FacebookShare on Twitter

আজি দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে NSUI ৰ উপ-সভাপতি জুবেৰ আনমক।

আজি বিয়লি প্ৰায় ২ বজাত দিচপুৰ আৰক্ষীয়ে ৰাজীৱ ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছে জুবেৰক। গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰিছিল আমনে।

যোৱা ১১ ডিচেম্বৰত গুৱাহাটীৰ দিচপুৰত সংঘটিত ‘কা’ বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত তথা কলাক্ষেত্ৰৰ শৰাইকে ধৰি ৰাজহুৱা সম্পত্তি ভঙা ইত্যাদি ধ্বংসাত্মক কাৰ্য্যত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে জুবেৰক গ্ৰেপ্তাৰ কৰে।

NSUI ৰ উপ-সভাপতিগৰাকীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল।

‘অসমৰ হৈ মাত মতাৰ বাবে জেইলত গৈছে, বা কোনে অসমৰ হৈ মাত মতাৰ বাবে জেইলত পঠাইছে সেয়া ইতিহাসৰ পাঠত থাকি যাব।‘ গ্ৰেপ্তাৰৰ সময়ত সংবাদমাধ্যমৰ আগত এইদৰে কয় আনমে।

ইপিনে, গ্ৰেপ্তাৰৰ পূৰ্বে ৰাজীৱ ভৱনত সম্বোধন কৰা এক সংবাদমেলত তেওঁৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰৰ শৰাই ভঙাৰ লগত জৰিত থকা বুলি অনা অভিযোগ অস্বীকাৰ কৰাৰ লগতে শৰাই ভঙাৰ ভিডিঅ’ ফুটেজ ৰাজহুৱা কৰিবৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে একেটা অভিযোগতে যোৱা ২৩ জানুৱাৰিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমানো কামৰুল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে।

Recent News

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd