• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ পৰা বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ কৰ্মীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

এড্ৰিনা বৰা, গুৱাহাটী by এড্ৰিনা বৰা, গুৱাহাটী
May 14, 2024 9:43 am
বাহাৰ মিঞা (বাওঁফালে) আৰু ৰাছেল মিঞা (সোঁফালে)।

বাহাৰ মিঞা (বাওঁফালে) আৰু ৰাছেল মিঞা (সোঁফালে)।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীয়ে সোমবাৰে (১৩ মে’) গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ভাৰতীয় উপমহাদেশৰ আল কায়দাৰ সৈতে জড়িত বাংলাদেশৰ ইছলামিক জেহাদী সন্ত্ৰাসবাদী সংগঠন আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ দুজন কৰ্মীক গ্ৰেপ্তাৰ কৰে।

নিৰ্ভৰযোগ্য চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে বাংলাদেশৰ ব্ৰাহ্মণবৰীয়া জিলাৰ আকাউৰা থানাৰ অন্তৰ্গত দাৰকাৰ গাঁৱৰ বাসিন্দা বাহাৰ মিঞা (৩০) আৰু বাংলাদেশৰ নেট্ৰ’কোনা জিলাৰ আথপাৰা থানাৰ অন্তৰ্গত মংগলসিধা গাঁৱৰ ৰাছেল মিয়া (৪০) নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱ জ্যোতি গোস্বামীয়ে এই তথ্য প্ৰকাশ কৰিছে।

লোক দুজনে পাছপ’ৰ্ট নোহোৱাকৈ অবৈধভাৱে ভাৰতত থাকি জালিয়াতিৰে ভাৰতীয় নথি-পত্ৰ লাভ কৰি অসম তথা দেশত সন্ত্ৰাসবাদী নেটৱৰ্ক বিয়পাইছিল।

Apply Now

আৰক্ষীয়ে অভিযুক্তৰ জিম্মাৰ পৰা আধাৰ আৰু পেন কাৰ্ডকে ধৰি কেইবাখনো আপত্তিজনক নথি উদ্ধাৰ কৰে বুলিও তেওঁ লগতে কয়।

লগতে পঢ়কঃ মুম্বাইত ধূলিৰ ধুমুহাত ১০০ ফুট উচ্চতাৰ বিলবোৰ্ড ভাঙি পৰি ১৪ জন নিহত, আহত ৭৪ জন

এই লোক দুজনে অসম তথা ভাৰতৰ নিৰীহ মুছলমান যুৱক-যুৱতীক সংগঠিত কৰি সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰাই সন্ত্ৰাসবাদী কাৰ্যত লিপ্ত হোৱাৰ লক্ষ্যৰে গুৱাহাটী ভ্ৰমণ কৰিছিল।

মুখ্য জনসংযোগ বিষয়া প্ৰণৱ জ্যোতি গোস্বামীয়ে লগতে জনায় যে তেওঁলোকক বিশেষ অভিযান ইউনিট (এছ অ’ ইউ) আৰক্ষী থানাৰ ১/২০২৪ গোচৰৰ ১২০(বি) (অপৰাধমূলক ষড়যন্ত্ৰ), ১২১ (ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰা), ১২২ (ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ মানুহ আৰু অস্ত্ৰ বা গোলাবাৰুদ সংগ্ৰহ কৰা), ৪৬৮ (জাল), আৰু ৪৭১ (প্ৰৱঞ্চনামূলকভাৱে নথি-পত্ৰ ব্যৱহাৰ) ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ), ১৯২০ৰ পাছপ’ৰ্ট আইনৰ (ভাৰতত প্ৰৱেশ) ধাৰা ১২ আৰু বিদেশী আইন, ১৯৪৬ৰ ১৪ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য ২০২২ চনৰ মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত ৰাজ্যখনত অসম আৰক্ষীয়ে কমেও ১৬ জন জেহাদীক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়কঃবিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী, বিজেপি নেতা সুশীল কুমাৰ মোডীৰ দেহাৱসান

ইয়াৰ পিছতে জেহাদীসকলক গ্ৰেপ্তাৰ কৰা ঘটনাই ভাৰতৰ নিৰাপত্তা সংস্থাসমূহৰ চকু কপালত তুলিছিল। তদন্তত প্ৰকাশ পাইছে যে ধৃত জেহাদীসকলৰ আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ সৈতে সম্পৰ্ক আছে।

বৰপেটা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা জেহাদীসকলৰ অধিকাংশৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী কঠোৰ আইন ইউএপিএৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।  

এড্ৰিনা বৰা, গুৱাহাটী

এড্ৰিনা বৰা, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd