• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কা-বিৰোধী আন্দোলনৰ বিৰুদ্ধে কঠোৰ আৰক্ষী; ১৬টা দললৈ আৰক্ষী আয়ুক্তৰ বিশেষ আইনী জাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2024 11:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰোধী ঐক্যমঞ্চই আজি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কা’ৰ বিৰোধিতা কৰি সৰ্বাত্মক হৰতালৰ আহ্বান জনাইছে ৷ ইপিনে, বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বলৈ আইনী জাননী জাৰি কৰিছে অসম আৰক্ষীয়ে ৷

উচ্চতম ন্যায়ালয়ৰ ‘সর্বাত্মক হৰতাল’ক অসাংবিধানিক আৰু বে-আইনী আখ্যাৰ উল্লেখেৰে অসম আৰক্ষীয়ে ‘সর্বাত্মক হৰতাল’ উঠাই লোৱাৰ আহ্বান জনাইছে ৷

‘সর্বাত্মক হৰতাল’ৰ ফলত ৰাজ্যৰ শান্তি-শৃংখলা ভংগৰ আশংকা ব্যক্ত কৰি অসম আৰক্ষীয়ে বন্ধৰ ফলত ৰাজহুৱা সম্পত্তিৰ ক্ষতি হ’লে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও সকীয়াই দিছে ৷

Apply Now

কোনো লোকৰ আঘাত বা যিকোনো ক্ষতিৰ বাবেও বন্ধ আহ্বানকাৰী দায়ী হ’ব বুলি কোৱা হৈছে ৷

লগতে পঢ়কঃ ‘কা’ৰ বিৰুদ্ধে সমগ্র ৰাজ্যত গণতান্ত্ৰিকভাৱে তীব্ৰ প্রতিৰোধ গঢ়ি তুলিবলৈ আহ্বান অসম বিৰোধী ঐক্যৰ

‘ইউনাইটেড অ’পজিচন ফ’ৰাম’ৰ অন্তৰ্গত ১৬টা দলে ১২ মাৰ্চৰ পুৱা ৬ বজাৰ সন্ধিয়া ৬ বজালৈ আহ্বান কৰা ‘সৰ্বাত্মক হৰতাল’ সন্দৰ্ভত অসম আৰক্ষীৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ পৰা এই বিশেষ জাননী জাৰি কৰা হৈছে। নিৰ্দেশনাটোত এই আন্দোলন অবৈধ বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়া হৈছে।

জাননীটোত কোৱা হৈছে, “ইউনাইটেড অ’পজিচন ফ’ৰাম”ৰ দ্বাৰা প্ৰকাশিত ১১ মাৰ্চ, ২০২৪ তাৰিখৰ প্ৰেছ বিবৃত্তিৰ তলত স্বাক্ষৰকাৰীসকলৰ দৃষ্টিগোচৰ কৰা হৈছে যে আপোনালোক আৰু আপোনাৰ সংগঠনে ২০২৪ চনৰ ১২ মাৰ্চত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অসমত ‘সৰ্বাত্মক হৰতাল’ৰ আহ্বান জনাইছে। যিহেতু ‘সৰ্বাত্মক হৰতাল’ৰ ফলত ৰাজ্যখনৰ শান্তিপ্ৰেমী নাগৰিকৰ স্বাভাৱিক জীৱনত ব্যাঘাত জন্মাৰ লগতে শান্তি আৰু নিৰাপত্তা ভংগ হোৱাৰ সকলো সম্ভাৱনা আছে। ‘সৰ্বাত্মক হৰতাল’ৰ ফলত পথ অৱৰোধ, দোকান-পোহাৰ আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান বলপূৰ্বক বন্ধ, ৰেলৱে/ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত অত্যাৱশ্যকীয় সেৱা প্ৰদানত ব্যাঘাত জন্মে।

তদুপৰি, এনেধৰণৰ ‘সৰ্বাত্মক হৰতাল’ বুলি কোৱাৰ ফলত ঘাইপথ আৰু ৰে’লৱে ট্ৰেক অৱৰোধৰ সৃষ্টি হ’ব, যিটো ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়, মাননীয় কেৰালা উচ্চ ন্যায়ালয়ৰ লগতে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিভিন্ন ৰায়দানৰ দ্বাৰা অবৈধ আৰু অসাংবিধানিক বুলি ঘোষণা কৰা হৈছে।

লগতে পঢ়কঃ ‘কা’ৰ বিৰুদ্ধে সমগ্র ৰাজ্যত গণতান্ত্ৰিকভাৱে তীব্ৰ প্রতিৰোধ গঢ়ি তুলিবলৈ আহ্বান অসম বিৰোধী ঐক্যৰ

এই সন্দৰ্ভত মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৯ মাৰ্চ ২০১৯ত ২০১৩/৭৫৭০ নিৰ্দেশৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে।

গতিকে ওপৰৰ কথাখিনি বিবেচনা কৰি তলত স্বাক্ষৰকাৰীয়ে আপোনাক আৰু আপোনাৰ সংস্থাক উক্ত ‘সৰ্বাত্মক হৰতাল’ প্ৰত্যাহাৰ কৰি ৰাজ্যখনৰ শান্তি বজাই ৰখাত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়ে, যিটো ব্যৰ্থ হ’লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd