• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াত উৰা-বাতৰিৰ পোষ্ট দেখিলেই আৰক্ষীক জনাওক : আৰক্ষী সঞ্চালক প্ৰধান

এন আৰ চিক লৈ সংবাদমেল আৰক্ষী সঞ্চালক প্ৰধানৰ; শান্তি-সম্প্ৰীতিৰ অটুট ৰখাৰ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 30, 2019 5:58 pm
DGP Kuladhar Saikia Press Meet

উলুবাৰীস্থিত আৰক্ষী মুখ্য কাৰ্য্যালয়ত সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সংবাদমেল। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছ’চিয়েল মিডিয়াত এন আৰ চি কেন্দ্ৰিক যিকোনো উৰা-বাতৰি বিয়পালে তেনে দুৰ্বৃত্তক দৃষ্টান্তমূলক শাস্তি দিবলৈ আৰক্ষী সাজু হৈ আছে। তাৰ বাবে ছ’চিয়েল মিডিয়াত অসম আৰক্ষীয়ে শেনচকু ৰাখিছে।

আজি উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা জনালে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

Apply Now

৩১ আগষ্টত পুৱা ১০ বজাত উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব।

বহু প্ৰত্যাশিত এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বহুতো ভাৰতীয়ৰ নাম নথকাৰ শংকা কৰি বিভিন্ন দল-সংগঠনে বিভিন্ন ধৰণৰ আন্দোলন আদিৰ ভাবুকি দি আহিছে। আন কিছু সংখ্যক দল-সংগঠনে এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলিও উৰাবাতৰি বিয়পাই আছে।

এইবোৰ দিশলৈ লক্ষ্য ৰাখি ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানজনে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ কথা ৰাজহুৱা কৰে।

যোৱা ২৩ আগষ্টত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল। আৰক্ষী অধীক্ষকক নিজা ববীয়াকৈ আৰক্ষী বাহিনী মোতায়েন কৰা আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে পদক্ষেপ লোৱাৰ বাবে কোৱা হৈছে। ৰাইজৰ সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন গাঁৱত ৰাজহুৱা সভা পাতিছে আৰক্ষীয়ে। জনালে সঞ্চালক প্ৰধানজনে।

ছ’চিয়েল মিডিয়াত উৰাবাতৰি বিয়পোৱা লোকৰ পোষ্ট দেখিলে আৰক্ষীক অৱগত কৰিবলৈ সকলোকে আহ্বান জনাইছে সঞ্চালক প্ৰধানজনে। এই ক্ষেত্ৰত সংবাদ মাধ্যম আৰু জনসাধাৰণৰ সহযোগিতা বিচাৰে সঞ্চালক প্ৰধান শইকীয়াই। খচৰা প্ৰকাশৰ সময়ত যিদৰে ৰাইজে সহায়-সহযোগিতা আগ বঢ়াইছিল এইবাৰো শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

পূৰ্বে থকা ১৬৪টা কোম্পানিৰ উপৰি কেন্দ্ৰৰ ফালৰ পৰা সামৰিক বাহিনীৰ ৫১টা কোম্পানি নতুনকৈ প্ৰেৰণ কৰা হৈছে, জনালে সঞ্চালক প্ৰধানজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd