DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধেমাজিত ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী উপ পৰিদৰ্শকৰ; মানসিক নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2019 6:13 pm
Police sub-inspector's suicide: Case registered against Sissiborgaon IC in Assam's Dhemaji

আত্মহত্যা কৰা নিপন নাথ।

502
VIEWS
Share on FacebookShare on Twitter

ধেমাজিৰ চিচিবৰগাঁও আৰক্ষী চকীত নিপন নাথ নামৰ এগৰাকী আৰক্ষী উপ পৰিদৰ্শকে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

শুকুৰবাৰে ৰাতিপুৱা আত্মহত্যা কৰা আৰক্ষী উপ পৰিদৰ্শকগৰাকীৰ ঘৰ কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়াৰ মধুকুছিত।

আনহাতে, নিপন নাথৰ আত্মহত্যা সম্বন্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পদ্মেশ্বৰ বৰকটকীৰ মানসিক নিৰ্যাতনত অতিষ্ঠ হৈয়ে নাথে আত্মহত্যাৰ দৰে ভয়ংকৰ পথ বাছি লবলগীয়া হয় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে।

পৰিয়ালৰ লোকসকলে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাই শীঘ্ৰে দোষীক শাস্তি প্ৰদানৰ বাবে আহ্বান জনায়।

কৰ্তব্যৰত অৱস্থাত এগৰাকী আৰক্ষী উপ পৰিদৰ্শকে এনেদৰে আত্মহত্যা কৰিবলগীয়া হোৱা ঘটনাক সহজভাৱে লব পৰা নাই সচেতন লোকসকলে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু মৃত নিপন নাথৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে, অসম আৰক্ষীৰ কৰ্তব্যৰত জোৱানে আত্মহত্যা কৰাৰ এয়া নতুন ঘটনা নহয় ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত বিভিন্ন কাৰণত আৰক্ষী জোৱানে আত্মহত্যা কৰিছিল।

 

Recent News

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd