• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমীয়া জীয়ৰীয়ে কবিতা লিখিলে জেলত দিয়ে, আপত্তিজনক কথা কোৱা আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে বিজেপি চৰকাৰেঃ গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2026 10:00 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া জীয়ৰীয়ে কবিতা লিখিলে জেলত দিয়ে, আপত্তিজনক কথা কোৱা আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে বিজেপি চৰকাৰেঃ গৌৰৱ গগৈ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ শেহতীয়া বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতি বৰ্তমান উত্তাল হৈ পৰিছে। এই সন্দৰ্ভত শুকুৰবাৰে ৰাজ্য চৰকাৰ আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। উজনি অসমৰ মাহমৰা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী জ্ঞানদ্বীপ মহনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই গগৈয়ে অভিযোগ উত্থাপন কৰে যে সাধাৰণ অসমীয়া জীয়ৰীয়ে ফেচবুকত কবিতা লিখিলে বা সাংবাদিকে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে জেললৈ নিক্ষেপ কৰা বিজেপি চৰকাৰে আজমলৰ দৰে নেতাৰ আপত্তিজনক মন্তব্যৰ সন্মুখত ৰহস্যজনকভাৱে নিমাত ভূমিকা পালন কৰিছে।

উল্লেখ্য যে, এদিন পূৰ্বে বদৰুদ্দিন আজমলে অসমত ‘মিঞাৰ দাদাগিৰি’ চলিব বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ আপত্তিজনক মন্তব্য প্ৰকাশ কৰিছিল। এই প্ৰসংগ টানি আনি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰে যে এগৰাকী নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ কামিহাড় ভাঙিম বুলি হুংকাৰ দিয়াৰ পাছতো কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ৰাজ্য চৰকাৰে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গগৈয়ে কটাক্ষ কৰি কয় যে চৰকাৰে আজমলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ নোলোৱাৰ মূল কাৰণ হৈছে আজমল মুখ্যমন্ত্ৰীৰ ‘লাইফলাইন ১০৮’। তেওঁৰ মতে, আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰৰ পতন নিশ্চিত হোৱা দেখি মুখ্যমন্ত্ৰীয়ে বিপদত পৰি আজমল আৰু আছাদুদ্দিন ওৱেছিক উদ্ধাৰৰ বাবে অসমলৈ মাতি আনিছে।বিজেপি চৰকাৰৰ স্থিতিৰ কঠোৰ সমালোচনা কৰি কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দাবী কৰে যে হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃততে মিঞা ৰাজনীতিহে কৰি আছে। যদি মুখ্যমন্ত্ৰীয়ে সঁচাকৈয়ে মিঞা ৰাজনীতিক বিৰোধ কৰে, তেন্তে ৰাজ্যসভাৰ নিৰ্বাচনত তেওঁক এআইইউডিএফৰ ভোটৰ কিয় প্ৰয়োজন হৈছিল বুলিও গগৈয়ে প্ৰশ্ন উত্থাপন কৰে। লগতে তেওঁ অভিযোগ কৰে যে বৰ্তমান অসম গণ পৰিষদৰ নিজৰ কোনো মানুহ নাই, বৰঞ্চ এআইইউডিএফৰ একাংশ নেতাইহে মিত্ৰজোঁটৰ অংশীদাৰ দলটোত প্ৰৱেশ কৰিছে। মুখ্যমন্ত্ৰীয়ে দুই নাঁৱত দুই ভৰি দি ৰাজনীতি কৰা বুলিও তেওঁ মন্তব্য কৰে।ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈও সৰৱ হৈ পৰে গৌৰৱ গগৈ। তেওঁ আক্ষেপ প্ৰকাশ কৰে যে কংগ্ৰেছৰ কোনো সভা বা প্ৰতিবাদী কাৰ্যসূচী হ’লেই আৰক্ষীয়ে তৎপৰতা দেখুৱায়, কিন্তু আজমলৰ দৰে নেতাই মুকলিকৈ আপত্তিজনক মন্তব্য কৰাৰ পাছতো ৰাজ্যৰ গৃহ বিভাগ তথা আৰক্ষী নীৰৱ দৰ্শক হৈ ৰৈছে। এই সমগ্ৰ পৰিস্থিতি আৰু বিজেপিৰ দুমুখীয়া চৰিত্ৰক ৰাজ্যবাসীয়ে স্পষ্টকৈ বুজি পোৱা বুলি দাবী কৰি গগৈয়ে আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্যৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰি এখন নতুন বৰ অসম নিৰ্মাণৰ যাত্ৰাত অংশীদাৰ হ’বলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

Apply Now

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd