• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 27, 2020 2:52 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাৰ ভয়াৱহতাৰ লগতে প্ৰতিকূল বতৰক নেওচি আজি গুৱাহাটী ক্লাবত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ দাবীত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লোৱা দেখা যায়।

Apply Now

প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গ’ বেক, গণতন্ত্ৰ হত্যাকাৰী নৰেন্দ্ৰ মোদি গ’ বেক, ৰাজনীতিত কিনা বেচা বন্ধ কৰক, বিধায়কক ঘোৰাৰ দৰে কিনা বেচা বন্ধ কৰক আদি শ্ল’গানেৰে গুৱাহাটী ক্লাবৰ পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, ‍‘দেশজুৰি এই প্ৰতিবাদ দিৱস উদযাপন কৰা হৈছে৷ বিজেপি চৰকাৰে সংবিধানক অৱমাননা কৰি সংবিধানৰ ৰক্ষক ৰাজ্যপাল ক্ষমতাক অপব্যৱহাৰ কৰি ভয় ভিতি দেখুৱাই কংগ্ৰেছৰ নিৰ্বাচিত চৰকাৰ সমূহ ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে’৷

বৰাই লগতে কয়, ‍‘এই বিজেপি চৰকাৰে উত্তৰাখণ্ড, মণিপুৰ, গোৱা, কৰ্ণাটক আ্‌ৰু মধ্যপ্ৰদেশত কংগ্ৰেছৰ নিৰ্বাচিত চৰকাৰ সমূহ ষড়যন্ত্ৰৰে বিধায়ক কিনা বেচা কৰি পতন ঘটোৱাৰ পিছত শেহতীয়াভাৱে বিজেপিয়ে ৰাজস্থানত ষড়যন্ত্ৰ কৰিলে’।

‍‘ৰাজস্থানত ৰাজ্যপালে তেখেতৰ পদমৰ্যাদাৰ অপব্যৱহাৰ কৰিছে। ৰাজ্যপালক বিধানসভা আহ্বান কৰাৰ দাবী জনোৱাৰ পিছতো ৰাজ্যপালে তেওঁৰ সাংবিধানিক ক্ষমতাৰ অপব্যৱহাৰ কৰি বিধানসভাৰ অধিৱেশন আহ্বান নাই কৰা’, এইদৰে কয় বৰাই।

বৰাই লগতে কয় যে মুখ্য মন্ত্ৰীয়ে সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিবৰ বাবে বিধানসভাৰ অধিৱেশন আহ্বান জনোৱাৰ পিছতো ৰাজ্যপালে সুবিধা দিয়া নাই, পৰোক্ষভাৱে ৰাজ্যপালে বিধায়ক কিনা বেচাৰহে সুবিধা উলিযাই দিছে।

ইপিনে বিশ্বত ভয়াৱহ ক’ৰ’নাৰ ভয়াৱহতাৰ বাবে আজি প্ৰথমবাৰৰ বাবে মহানগৰ আৰক্ষীয়ে পিপিই কিট পিন্ধি প্ৰতিবাদস্থলত উপস্থিত হয়৷

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে দলটোৰ প্ৰায় শতাধিক কৰ্মী উপস্থিত থাকে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd