DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত চাৰি লাইন যুক্ত ৰাস্তা নিৰ্মাণত এন এইচ আই ডি চি এলে গাফিলতি কৰাৰ অভিযোগ অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 2, 2020 7:04 pm
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

186
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ চি কে বি কলেজৰ পৰা কলিয়াপানী আৰু হাঁহচৰাৰ পৰা জাঁজী লৈকে চাৰি লাইনযুক্ত পথছোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত এন এইচ আই ডি চি এলে সম্পূৰ্ণ গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰিছে  অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজে  ৷

অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজে অভিযোগ কৰা মতে, কেৱল মাত্ৰ লাভালাভৰ স্বাৰ্থতেই উক্ত প্ৰতিষ্ঠানটোৱে প্ৰণালীবদ্ধভাৱে কাম নকৰি আৰু ডব্লিউ ডব্লিউ এম কে ধৰি বিভিন্ন লেয়াৰ সমূহ নকৰাকৈয়ে কাৰ্পেটিং কৰা দেখা গৈছে।

বিগত সময়টো প্ৰণালীবদ্ধভাৱে কাম নকৰাৰ বাবে অতি কম সময়ৰ ভিতৰতে ৰাস্তাৰ কাৰ্পেটিং বোৰ উঠি যোৱা পৰিলক্ষিত হৈছে বুলি অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজে অভিযোগ কৰিছে।

আনহাতে, সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজে আজি টীয়ক ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ দিয়াৰ লগতে   প্ৰণালীবদ্ধভাৱে নীতি-নিৰ্দেশনা অনুযায়ী কাম নকৰা এন এইচ আই ডি চি এলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।

এন এইচ আই ডি চি এলে সঠিকভাৱে কাম নকৰিলৈ  সাংগঠনিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে  ভবিষ্যতে সৃষ্টি হ’ব পৰা যিকোনো ধৰণৰ আইন-শৃংখলাজনিত কামৰ বাবে অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজ জগৰীয়া নহ’ব বুলি স্মাৰক পত্ৰ খনত উল্লেখ কৰে সংগঠনটোৱে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd