• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , November 23, 2019 9:17 am

1 min read

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

ফটো নৰ্থ-ইষ্ট নাও

3.8k
VIEWS
Share on FacebookShare on Twitter

সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব বিধেয়ক গৃহিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা চলোৱাৰ লগে লগে প্ৰতিবাদৰমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য। শিৱসাগৰত শুকুৰবাৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে কালি সন্ধিয়া শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক জোঁৰ সমদল বাহিৰ কৰি  ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

জোঁৰ সমদলটোত সংগঠনটোৰ কেন্দ্ৰীয় নেতা দেৱজিৎ দত্তই অসম আন্দোলনৰ কথা উল্লেখ কৰি ৮৫৫জন চহিদৰ আত্মবলিদানক উপলুঙা নকৰিবলৈ চৰকাৰক সকীয়নি দি ‘কোনো পধ্যেই অসমক বিদেশীৰ চৰণীয়া পথাৰ হ’বলৈ  দিয়া নহ’ব’ বুলি কয়।

সংগঠনটোৰ প্ৰায় দ্বি-শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিবাদী সমদলত কেন্দ্ৰীয় নেতা অৰূপ বৰুৱা, জিলা সমিতিৰ সভাপতি ৰাজেশ দাস আৰু সুমন গগৈয়েও অংশগ্ৰহণ কৰে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd