• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী ভৱেশ কলিতাৰ ছত্ৰছায়াত জলসিঞ্চন বিভাগত চলিছে চাকৰিৰ বজাৰ : আছাম পাব্লিক ৱৰ্কছ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2019 10:22 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰী ভৱেশ কলিতাৰ ছত্ৰছায়াত জলসিঞ্চন বিভাগত বহিছে চাকৰিৰ বজাৰ। মন্ত্ৰীজনৰ ঘনিষ্ঠ জলসিঞ্চন বিভাগৰ এজন সহকাৰী কাৰ্যবাহী অভিযন্তাৰ নেতৃত্বত চাকৰি দিয়াৰ নামত ব্যাপক ধন সংগ্ৰহৰ অভিযোগ আনিছে আছাম পাব্লিক ৱৰ্কছে।

শনিবাৰে গুৱাহাটীত এক সংবাদমেল অনুষ্ঠিত কৰি আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই নিযুক্তিৰ নামত ইতিমধ্যে চাকৰি প্ৰত্যাশী বহু প্ৰাৰ্থীৰ পৰা ৩ লাখ টকাকৈ উৎকোচ সংগ্ৰহ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে।

Apply Now

তেওঁ কয়, ‘অতি শীঘ্ৰেই জলসিঞ্চন বিভাগত প্ৰায় ৮০০ টা পদত নিযুক্তি আৰম্ভ হ’ব আৰু এই নিযুক্তি প্ৰক্ৰিয়াৰ পূৰ্বেই প্ৰাৰ্থিত্ব প্ৰয়াসীৰ পৰা মনেশ্বৰ ডেকা নামৰ এজন সহকাৰী কাৰ্যবাহী অভিযন্তাৰ নেতৃত্বত উৎকোচ সংগ্ৰহ আৰম্ভ হৈছে’।

‘বিষয়াজনৰ সৈতে তেওঁৰ এই কামত সহযোগ কৰিছে তেওঁৰ বিশ্বস্ত মৃগেন বড়ো আৰু পৱিত্ৰ ডেকাই।‘ শৰ্মাই কয়।

উল্লেখযোগ্য যে কাৰ্যবাহী অভিযন্তা নিযুক্তি নিদিয়াকৈ বিগত এটা বছৰে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই তেওঁৰ ঘণিষ্ঠ মনেশ্বৰ ডেকাক বিভাগটোৰ গুৱাহাটী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ চকীত বহুৱাই ৰাখিছে।

আনহাতে মনেশ্বৰ ডেকাৰ নেতৃত্বত চলা উক্ত বিয়াগোম নিযুক্তি কেলেংকাৰিত মন্ত্ৰীজনৰ এজন পুৰুষ খুলশালিও জড়িত থকাৰ গুৰুতৰ অভিযোগ আনে অভিজিৎ শৰ্মাই।

তদুপৰি ইতিমধ্যে গুৱাহাটী সংমণ্ডলৰ জলসিঞ্চনৰ তিনিখন বৃহৎ আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ বিভাগীয় মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে মনেশ্বৰ ডেকাই ধন আত্মসাৎ কৰা বুলিও সংবাদমেলত শৰ্মাই অভিযোগ উত্থাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd