• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

ড০ হীৰেন গোহাঁই by ড০ হীৰেন গোহাঁই
June 8, 2025 8:51 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে উচ্চতম‌ ন্যায়ালয়ৰ ধমক খোৱাৰ পিছতো সংখ্যালঘূৰ ওপৰত নিৰ্যাতন বন্ধ কৰা নাই। কৈছে যে পুৰণা ‘Push Back Order’টোৰ সহায়ত বাংলাদেশী বহিষ্কাৰ কৰি যাব তেনে লোকক আইনৰ দ্বাৰস্থ হ’বলৈ নিদিয়াকৈ।

এইটো তেওঁলোকে কৰাটো আইনসংগত হ’ব নে?

Apply Now

মোৰ‌ বোধেৰে নহ’ব। সেই পুৰণা অৰ্ডাৰ টো প্ৰবৰ্তন হৈছিল স্বাধীনতাৰ প্ৰথম কুৰিটা বছৰলৈকে। ভাৰত-পাকিস্তান সীমা সমস্যা অমীমাংসিত হৈ থকা সময় চোৱাত। এশ বছৰ কোনো সীমা নথকাকৈ একেলগে থকা, অবাধ অহা-যোৱা চলি থকা দুটা ভূখণ্ডৰ মাজত সীমা নিৰ্ধাৰণ সহজ কথাও নাছিল। সেয়ে অনুপ্ৰবেশ চলি আছিল। চৰকাৰী তদন্তয়ো তাৰ প্ৰমাণ দিছিল। সেয়ে তেতিয়া তেনে নীতি আৰু কাৰ্যপন্থী আইনসঙ্গত আছিল তেতিয়া।

‌সেই‌ সময়ত অসমৰ চৰকাৰ আৰু জনগণৰ সংশয় অনুচিত নাছিল, কাৰণ চল্লিছৰ দশক জুৰি অভিবাসী মুছলমান সমাজক জঙ্গী “পাকিস্তান লাগে” আন্দোলনত মতলীয়া হৈ আছিল। আনকি একাংশ ঘাইকৈ চহৰবাসী অসমীয়া মুছলমানো তাত মজি গৈছিল। কাৰণ সেই কালত সি এটা প্ৰবল ৰাজনৈতিক ধাৰা হৈছিল ব্ৰিটিছৰ কুটিল বিভেদকামী চক্ৰান্তৰ ফলত।

স্বাধীনতাৰ পিছত এমুঠি হঠকাৰী আৰু কুমতলবী মুছলমান বাদ দিলে বেছিভাগ মুছলমানৰ চেতনা আহিছিল।বিশেষ আন্তৰিকতাৰে তেওঁলোকে ভাৰতৰ সুনাগৰিক হ’বলৈ আৰু থলুৱা ৰাইজৰ লগত মিলি থাকিবলৈ চেষ্টা কৰি গৈছিল। অসমীয়া ভাষা সাহিত্যৰ বিষয়ত পৰীক্ষাত উঠি অহা চামে বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰিছিল। আনকি অসমীয়া অসমৰ ৰাজ্যভাষা হোৱাত তেওঁলোকৰ অৱদান আছিল গুৰুত্বপূৰ্ণ।

আৰএছএছে কবলিত কৰি অসমৰ‌ অস্তিত্ব ৰক্ষাৰ আন্দোলনক হিংস্ৰ সাম্প্ৰদায়িক ৰূপ দিয়াৰ পাছত খেলিমেলি বৃদ্ধি পালে। তেওঁলোক দিশাহাৰা আৰু‌ বিশ্বাসৰ সঙ্কটত ভুগিছে। অসম‌ চৰকাৰৰ শেহতীয়া নিৰ্দেশে তেওঁলোকৰ শঙ্কা বৃদ্ধি কৰিব। এচাম উতনুৱা ডেকাক বিদ্ৰোহী কৰি তুলিব।

চৰকাৰে কোনখিনি মানুহক কেনে পৰিস্থিতিত Push back কৰিব, তাৰ কোনো সঠিক আৰু সতৰ্ক নিয়ম-নীতি বান্ধি দিয়া নাই। ফলত নিৰ্দেশটোৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনাই বহল। ধুবুৰী বা মানকাচাৰৰ কোনো ব্যৱসায়ী যদি কৰ্মসূত্ৰে উজনিলৈ যায়, লগত পাছপৰ্ট নোলোৱাকৈ, তেওঁকো ধৰি-বান্ধি সীমান্ত পাৰ কৰি দিয়াৰ আশঙ্কাও প্ৰবল।

‌‌সুস্থ মনৰ‌ গণতান্ত্ৰিক নাগৰিকে সেয়ে চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচৰা উচিত।

Tags: assamAssamPushBackOrderHirenGohainLegalJusticeIndiaMinorityRightsIndia
ড০ হীৰেন গোহাঁই

ড০ হীৰেন গোহাঁই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd