• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজস্থান ৰ’য়েলছৰ হৈ আজি আই পি এলত অভিষেক ঘটিল অসমৰ ৰিয়ান পৰাগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2019 8:29 pm
ৰিয়ান পৰাগৰ অভিষেক আই পি এলত। উৎস-ইণ্টাৰনেট

ৰিয়ান পৰাগৰ অভিষেক আই পি এলত। উৎস-ইণ্টাৰনেট

532
VIEWS
Share on FacebookShare on Twitter

আজি আই পি এলত অভিষেক ঘটে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ। জয়পুৰৰ ছ’ৱাই মন সিং ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভিভ’ আই পি এলৰ ২৫ সংখ্যক খেলত ৰাজস্থান দলৰ মূল একাদশত স্থান লাভ কৰে অসমৰ ক্ৰিকেটাৰ গৰাকীয়ে।

আজি আই পি এলত আজিংক ৰাহানে নেতৃত্বাধীন ৰাজস্থান ৰ’য়েলছ মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন শক্তিশালী চেন্নাই চুপাৰ কিংছৰ মুখামুখি হৈছে। টছত জয়ী হৈ চেন্নাইৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আজি আই পি এলত ৰিয়ানৰ অভিষেকৰ লগে লগে প্ৰতিযোগিতাখনত অসমৰ পৰা খেলিবলৈ সুযোগ লাভ কৰা দ্বিতীয়জন ক্ৰিকেটাৰ ৰূপে পৰিগণিত হ’য়। ইয়াৰ পূৰ্বে বেগী ব’লাৰ আবু নাছিম আহমেদে মুম্বাই ইণ্ডিয়াছৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছিল।

চলিত বৰ্ষৰ আই পি এলত ৰাজস্থান ৰ’য়েলছৰ হৈ চুক্তিবদ্ধ হোৱা ৰিয়ান পৰাগ অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাসৰ পুত্ৰ। ৰিয়ানে আই পি এলৰ পূৰ্বে ১৯ বছৰ অনূৰ্ধ ভাৰতীয় ক্ৰিকেট দলৰ হৈ বিশ্বকাপত অংশ গ্ৰহণ কৰিছিল।

আই পি এলত অভিষেকৰ লগে লগে ৰিয়ানক বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী, সুৰেশ ৰাইনা, ষ্টিভ স্মিথ, আজিকং ৰাহানে, শ্বেন ৱাটছন, হৰভজন সিং, ইমৰাণ তাহিৰ আদিৰ দৰে ক্ৰিকেটাৰৰ লগত একেলগে খেলপথাৰত দেখা পোৱা যাৱ।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd