• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজভৱনত ক’ৰ’ণাতংক : ঘোষণা কৰা হ’ল কনটেইনমেন্ট জ’ন

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , July 4, 2020 9:16 pm

1 min read

download (2)
3.6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছে গণ সংক্ৰমণৰ ৰুপ ধাৰণ কৰা গুৱাহাটীত ক’ৰ’ণাতংকৰ পৰা সাৰি যোৱা নাই উচ্চ সুৰক্ষা ব্যৱস্থাৰে পৰিবেষ্টিত ৰাজভৱনো।

ৰাজভৱনত দুজনকৈ ক’ৰ’ণা ৰোগী চিনাক্ত হোৱাৰ পিছত শনিবাৰে ৰাজভৱন চৌহদৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চল কনটেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰা হয়।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে প্ৰকাশ কৰা অনুসৰি যোৱা ১ জুলাইত ৰাজ্যপাল জগদীশ মুখী, তেওঁৰ পত্নী প্ৰেমা মুখী, ৰাজভৱনৰ ১৭৬ গৰাকী কৰ্মচাৰীৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰা হৈছিল।

তেওঁলোকৰ মাজৰে দুগৰাকী নিৰাপত্তা কৰ্মীৰ ক’ৰ’ণা ভাইৰাছ পজিটিভ অহাত সমগ্ৰ ৰাজভৱন এলেকাৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চল কনটেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰা হয় ।

জনসাধাৰণৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি নজৰ ৰাখি এনে ব্যৱস্থা হাতত লোৱা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে পৰৱতী জাননী নিদিয়া পৰ্যন্ত কোনো অকৰ্তৃত্বশীল লোক অথবা বাহন এই এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব।

Tags: ovid-19

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd