• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 30, 2025 11:30 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা আজি এক সংবাদ মেল সম্বোধন কৰি সাধাৰণ সম্পাদক ৰাছেল হুছেইন, চিন্ময় বড়া আৰু সম্পাদক দেবাংগ সৌৰভ গগৈয়ে এক সংবাদ মেল সম্বোধন কৰি গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ এক বিশাল চিণ্ডিকেট চলিছে বুলি আক্ষেপ প্রকাশ কৰে। অসম দুগ্ধ উন্নয়ন বিভাগে যোৱা ৩১মে’ তাৰিখে ৰাজ সাহায্যৰ ১৫ জনীয়া তালিকাত মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলী ডেকা বৰুৱা, প্রাক্তন মন্ত্রী তথা বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচার্য আৰু কেইবাজনো বিজেপি নেতাৰ নাম ৰাজহুৱা হোৱাৰ পিছত সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাত কেইবাটাও সংবাদ গোষ্ঠীৰ মালিক তথা সাংবাদিক মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। মন্ত্ৰী গৰাকীয়ে আক্ৰমণ কৰিবলৈ গৈ সম্পূর্ণ অশালীনভাবে ব্যক্তিগত আক্ৰমণ কৰাৰ লগতে হেমকোষৰ কাণ্ডাৰী হেমচন্দ্ৰ বৰুৱাৰ দৰে স্বনামধন্য ব্যক্তিৰ পৰিয়ালকো আক্ৰমণৰ লক্ষ্য কৰি লয়। সাধাৰণ সম্পাদক হুছেইনে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এনেধৰণৰ আক্রোশমূলক আৰু প্রতিশোধ পৰায়ণ ৰাজনীতিৰ পৰম্পৰাক বিজেপি শাসিত চৰকাৰখনে উৎসাহিত কৰা কাৰ্যক তীব্ৰ গৰিহণা জনায়। এই ক্ষেত্রত স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়েও যোৱা সময়চোৱাত বিভিন্নধৰণে এনেধৰণৰ আক্রোশমূলক আৰু প্ৰতিশোধ পৰায়ণ বক্তব্য ৰাখি শাসকীয় দলটোৰ নেতা-পালিনেতাক প্রত্যক্ষ আৰু পৰক্ষোভাৱে উৎসাহ জনাই আহিছে। তেওঁ কয়, গৰুখুঁটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা আমদানি কৰা ৩০০ গীৰ গাই আনি মন্ত্রী-বিধায়ক সকলে প্রায় ৯০টা গৰু ভগাই লোৱা ঘটনা ৰাজহুৱা হোৱাৰ পিছত গৰুখুটি প্ৰকল্পৰ দায়িত্বত থকা বিধায়ক পদ্ম হাজৰিকা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমত দিয়া পৰস্পৰ বিৰোধী বক্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে।

অসম দুগ্ধ উন্নয়ণ বিভাগে প্রকাশ কৰা ১৫ জনীয়া ৰাজ সাহায্য প্রাপ্ত তালিকাক লৈ হোৱা বিতৰ্কৰ পিছত কেইটামান মৌলিক প্রশ্ন উন্মোচিত হৈছে। এই ৰাজ সাহায্যৰ গোটেই প্রক্রিয়াটো আৰম্ভ হৈছিল ২০২২ চনত। সেই সময়ত উক্ত বিভাগটোৰ সঞ্চালক আছিল উৎপল শর্মা। পৰৱৰ্তী সময়ত কৰুণা শৰ্মা, জাভিৰ ৰাহুল চুৰেশৰ পিছত পাঞ্চালী কাকতি সঞ্চালিকা হৈ থকা সময়ত যোৱা ৩১ মে’ তাৰিখে ১৮জন আৱেদনকাৰীৰ পৰা ১৫ জনকহে ৰাজসাহায্যৰ বাবে নিৰ্বাচিত কৰা তালিকাখন প্রকাশ পায়। আশ্চর্যজনকভারে বাচনি সমিতিয়ে নির্বাচিত কৰা তালিকাৰ লগত এই চূড়ান্ত তালিকাখনৰ মিল নাই। তাৎপর্যপূর্ণ কথাটো হ’ল কাৰ হেঁচাত আৰু কি কথা লুকুৱাবলৈ এই তালিকাখন প্ৰকাশ কৰাৰ সময়তে পাঞ্চালী কাকতি আৰু বিষয়া নৱামী ডেকা দীঘলীয়া ছুটীত যাব লগা হ’ল।

Apply Now
নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd