DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছ : ৩০টা দৰিদ্ৰ পৰিয়ালক সহায় কৰিব শিল্পী ৰাজকুমাৰ ঠাকুৰীয়াই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 5, 2020 11:11 am
ক’ৰ’না ভাইৰাছ : ৩০টা দৰিদ্ৰ পৰিয়ালক সহায় কৰিব শিল্পী ৰাজকুমাৰ ঠাকুৰীয়াই
5.7k
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলক ঘৰৰ কাষতে থকা দৰিদ্ৰ লোকসকলক সহায় কৰিবৰ বাবে আহ্বান জনাইছিল। আৰু ইয়াৰ পাছতে আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে শিল্পী ৰাজকুমাৰ ঠাকুৰীয়া।

মিৰ্জা বা তাৰ কাষৰ স্থানীয় ৩০টা অতি দৰিদ্ৰ পৰিয়ালক ৫ কেজিকৈ চাউল বিতৰণৰ কথা ঘোষণা ৰাজকুমাৰ ঠাকুৰীয়াৰ। নিজৰ ফে’চবুক প’ষ্টত ঠাকুৰীয়াই এই কথা জনায়।

অৱশ্যে ল’কডাউন শেষ হোৱাৰ পাছতহে দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়াব বুলি ঠাকুৰীয়াই উল্লেখ কৰে।

“বৰ্তমান ল’কডাউন চলি থকাৰ বাবে আমাৰ কাষৰ দোকানসমূহত খাদ্য বস্তুৰ নাটনি হৈছে। সৰহকৈ সামগ্ৰী ক্ৰয় কৰাত অসুবিধা হয়। এই সময়ছোৱাত বাহিৰলৈ বেছি ওলাব নোৱাৰি বাবে বস্তু যোগাৰ কৰাত অসুবিধা হৈছে। সেয়েহে ল’কডাউন শেষ হোৱাৰ পিছতহে এইসকল দৰিদ্ৰ লোকক সহায় কৰিম।” ঠাকুৰীয়াই নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত কয়।

তেওঁ আৰু কয় “একেবাৰে অসহায় লোকসকলক মই সহায় কৰিম। কিছুমানে চাকৰি কৰি থাকিও হাতত মোনা লৈ সহায় বিচাৰি আহে, কিছুমানে ঘৰত ভাং খাই বহি থাকি সহায় বিচাৰি আহে, তেনে লোকক সহায় নকৰো। পূৰ্বতেও মই এনেদৰে দৰিদ্ৰ লোকক সহায় কৰিছোঁ।”

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁ দৰিদ্ৰ লোকসকলক সহায় কৰিব বুলি সদৰী কৰে। উল্লেখযোগ্য যে সংগীত আৰু অভিনয় চর্চাত ব্যস্ত ৰাজকুমাৰ ঠাকুৰীয়া এজন পেঞ্চনাৰ।

Tags: COVID19

Recent News

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd