DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, March 26, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত; মৃত্যুৰ সংখ্যা কিমান?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2021 8:41 pm
Covid-test-image

প্ৰতিনিধিত্বমূলক ফটো।

540
VIEWS
Share on FacebookShare on Twitter

সামগ্ৰিকভাবে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিড আক্ৰান্ত মৃত্যুৰ সংখ্যাও হ্ৰাস পাই আহিছে।

সেইদৰে পজিটিভিটিৰ হাৰো হ্ৰাস পাইছে।

ৰাজ্যত আজিও কোভিড পজিটিভিটিৰ হাৰ দুই শতাংশতকৈ কম হৈছে।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ৩৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। সোমবাৰে ৩৫গৰাকী লোকে এই মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱাইছিল।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৮৬৯ গৰাকী লোক। এই সময়ছোৱাত ১,৫২,৭২০ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৯৮ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ১.৮৮ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯২.৩৭ শতাংশ।

Summary of 22/6/2021

Today’s Total 2869

Overall Positivity Percentage (2869 cases out of 1,52,720 test done = 1.88%)

Kamrup(M) 198

Death 37

Recovery Rate 92.37%

— Himanta Biswa Sarma (@himantabiswa) June 22, 2021

ৰাজ্যখনত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটা বুলি ক’ব পাৰি।

তথাপি ৰাজ্যৰ ৯ খন জিলা ক্ৰমে কাচাৰ, তিনিচুকীয়া,ডিব্ৰুগড়, শোণিতপুৰ ,নগাঁও, মৰিগাঁও, যোৰহাট, ঘোলাঘাট আৰু বিশ্বনাথত কোভিড পৰিস্থিতিৰ আশানুৰূপ উন্নতি নোহোৱাত এই জিলা কেইখন ৰেড ডিষ্ট্ৰিক হিচাবে চিহ্নিত কৰা হৈছে।

উক্ত জিলা কেইখনত প্ৰয়োজন সাপেক্ষে ১০ দিনৰ সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনাৰ কথাও সদৰী কৰা হৈছে।

বুধবাৰে এই বিষয়ে চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Tags: COVID-19

Recent News

Air India Nepal Airlines Planes Almost Collided

মাজ আকাশত কথমপি সংঘৰ্ষত পতিত হোৱাৰ পৰা ৰক্ষা এয়াৰ ইণ্ডিয়া আৰু নেপাল এয়াৰলাইনছৰ বিমান

Arif Khan

যোগী ৰাজ্যত আজৱ কাণ্ড! বন্য পক্ষীৰ সৈতে বন্ধুত্ব গঢ়ি তোলা আৰিফ খানৰ বিৰুদ্ধে তৰিলে গোচৰ

youth beaten up by Assam police

অসম আৰক্ষীৰ নৃশংস প্ৰহাৰৰ অভিযোগ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি যুৱক

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ দুটি কবিতা- ডিটেনশ্বন আৰু খুচুৰা পদ্য

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ দুটি কবিতা- ডিটেনশ্বন আৰু খুচুৰা পদ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd