DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত মঙলবাৰে ৮৫৯ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ৬২৭ গৰাকী গুৱাহাটীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2020 7:43 am
Story-2-8-1140x570
228
VIEWS
Share on FacebookShare on Twitter

১৪ জুলাই অৰ্থাৎ বুধবাৰে ৰাজ্যত মুঠ ৮৫৯ গৰাকী লোক ক’ভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হয়।

ক’ভিড-১৯ ত আক্ৰান্ত হোৱা ৮৫৯ গৰাকী লোকৰ ভিতৰত ৬২৭ গৰাকী লোক গুৱাহাটীৰ।

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

ইয়াৰ ফলত ৰাজ্যত ক’ৰ’না আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৮,৬৬৬ গৰাকীলৈ বৃদ্ধি পালে।

দিনে দিনে ৰাজ্যত এইদৰে শ শ লোক ক’ৰ’না সংক্ৰমিত হোৱাৰ সংখ্যাই সকলোকে উদ্বিগ্ন কৰি তুলিছে।

বৰ্তমানলৈ ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৪৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ ১২,১৭৩ গৰাকী লোক ক’ৰ’না মুক্ত হৈ নিজ গৃহলৈ উভতি গৈছে।

বৰ্তমান মুঠ ৬৪৪৪ গৰাকী সক্ৰিয় ক’ৰ’না আক্ৰান্ত ৰোগী ৰাজ্যত চিকিৎসাধীন হৈ আছে।

মঙলবাৰে ৰাজ্যৰ বিভিন্ন চিকিৎসালয় চিকিৎসাধীন হৈ থকা ৭৫৭ গৰাকী ব্যক্তি ক’ভিড-১৯ মুক্ত হোৱাৰ বিপৰীতে ছগৰাকীৰ মৃত্যু হয়।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd