• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বহু ঠাইত শোকাৱহ পথ-দুৰ্ঘটনা; একেটা দিনতে শিশুসহ ৬ জনৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2019 12:25 pm
Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বুধবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত শিশুসহ ৬ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

কামপুৰ

Apply Now

নগাঁও জিলাৰ কামপুৰত কালি দিনৰ ভাগত সংঘটিত এক পথ-দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী লোক গুৰুতৰভৱে আহত হয়।

নিহত লোক দুজনক কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ এন আৰ চি কৰ্মী লক্ষ্যজ্যোতি বৰা (২১) আৰু কামপুৰ পলসা গাঁৱৰ প্ৰমেশ নাথ বুলি চিনাক্ত কৰা হৈছে। আহত লোকজনক কামপুৰ আহোমগাঁৱৰ নাৰায়ণ গগৈ (২২) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে লক্ষ্যজ্যোতি বৰা আৰু নাৰায়ণ গগৈয়ে এখন বাইকেৰে কঠীয়াতলীৰ পৰা কামপুৰলৈ আহি থকা অৱস্থাত কামপুৰ গ্ৰাণ্টৰ ওচৰত বাসন্তী পূজাৰ চান্দা সংগ্ৰহ কৰি থকা কামপুৰ পলসা গাঁৱৰ একাংশ লোকে দুয়োকে মটৰ চাইকেল ৰখাবলৈ সংকেত দিয়াত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ফলত বাইক আৰোহী দুজনৰ লগতে চান্দা সংগ্ৰহ কৰি থকা প্ৰমেশ নাথো গুৰুতৰভাৱে আহত হয়। পিছত তিনিওজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও লক্ষ্যজ্যোতি বৰা আৰু প্ৰমেশ নাথৰ চিকিৎসা গ্ৰহণৰ পূৰ্বেই মৃত্যু হয়।

হোজাই

হোজাই জিলাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ইটাভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৩জন গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে নগাঁৱৰ পৰা লংকা অভিমুখে গৈ থকা এ এছ-১২ ই-৩৫১৭ নম্বৰৰ ইটাভৰ্তি ট্ৰাকখনে আন এখন গাড়ীক ছাইড দিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ মাজত বাগৰি পৰে।

দুৰ্ঘটনাটোৰ ফলত গাড়ীখনৰ ওপৰত বহি অহা শ্ৰমিকসকল ইটাৰ তলত সোমাই পৰে। পিছত স্থানীয় ৰাইজৰ সহযোগত হোজাই আৰক্ষীয়ে ৪ গৰাকী আহতক হোজাইৰ হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ইয়াৰে ৰিজৱানুল আহমেদ (২০) নামৰ চিকিৎসালয়তে মৃত্যু হয়।

দৰং

দৰং জিলাৰ আন্ধেৰীঘাটৰ সমীপৰ বামুণঝাৰত বুধবাৰে এক পথ-দুৰ্ঘটনাত এটি শিশুৰ মৃত্যু হয়। নিহত শিশুটিক বামুণঝাৰ গাঁৱৰ বিষয় ৰাজবংশীৰ একমাত্ৰ কন্যা ৰিমলী ৰাজবংশী (৩) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে শালমাৰা দিশৰ পৰা আন্ধেৰীঘাট অভিমুখে তীব্ৰ বেগত আহি থকা এ এছ-১৪ ই-২৮০৯ নম্বৰৰ এখন চোৰাং ডিজেল কঢ়িয়াই অনা গাড়ীয়ে নিজৰ ঘৰৰ পৰা আইতাকৰ সৈতে ওলাই অহা ৰিমলীক মহটিয়াই নিয়াত শিশুটিৰ থিতাতে মৃত্যু হয়।

গোসাইগাঁও

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত মল্লিকাপুৰত বুধবাৰে বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

নিহত যুৱকজনক বাসন্তীপুৰ নিৱাসী বনি বেছৰা (২৪) বুলি চিনাক্ত কৰাৰ হৈছে।

প্ৰাপ্ত তথ্য মতে বন্ধুৰ সৈতে এখন বাইকেৰে মল্লিকাপুৰ গড়কাপ্তানি পথেৰে গৈ থকাৰ সময়তে তেওঁলোকৰ এজন পথচাৰী আৰু চাইকেল আৰোহীৰে দুৰ্ঘটনা হয়।

পিছত গ্ৰাহামপুৰ আৰক্ষীয়ে আটাইকেইজনকে গোসাইগাঁও হাব্ৰুবিলস্থিত আৰ এন বি চিকিৎসালয়লৈ লৈ আনে যদিও বনি বেছৰাই চিকিৎসালয়তে মৃত্যুক সাবটি লয়। আনহাতে আহত কেইগৰাকীক উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰা হয়।

ডুমডুমা

তিনিচুকীয়া জিলাৰ ডুমডুমাত কালি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন ছাত্ৰই প্ৰাণ হেৰুৱাবলগীয়া হয়।

কালি দুপৰীয়া ডুমডুমা-ফিল’বাৰী সংযোগী পথৰ বাদলাভেটা চাহ ফেক্টৰীৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাটোত এখন তীব্ৰ বেগী ডাম্পাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ খোজকাঢ়ি আহি থকা এগৰাকী ছাত্ৰক মহতিয়াই নিয়াত ছাত্ৰজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

নিহত ছাত্ৰজনক বৰডুবি মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ সঞ্জয় তাছা বুলি চিনাক্ত কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd